← ফুৰি যাওক

ৰঙাফিটাৰ মেৰপাক

ro.nga.phi.tar mer.pak

অৰ্থ

1.

কাৰ্য্যালয়ত আনুষ্ঠানিকভাৱে কোনো কাম সম্পন্ন কৰিবলৈ অত্যধিক নথি-পত্ৰ বা পদ্ধতি পালনৰ প্ৰয়োজন হোৱা প্ৰক্ৰিয়া

the practice of requiring excessive paperwork and tedious procedures before official action can be considered or completed

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰঙাফিটাৰ মেৰপাক · অসমীয়া অভিধান