কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢেঁৰী
ৰাজহাঁহৰ নিচিনা ডাঙৰ গাৰে কিন্ত্ত চুটি ডিঙি আৰু দীঘল জোঙা ঠোঁটেৰে এবিধ পানীত চৰা চৰাই
a pelican
- ঢেং দিḍhem, di
দীঘল দি এলাহত পৰি থাক্
to lie down indolently
- ঢেংঢেঙীয়াḍheṇḍheṅīẏāAdjective
পনীয়া; বহুত পানী থকা
watery
- ঢেংঢেঙ্গীয়াdheng.dhe.ngi.yaProper Adj.
প্ৰচুৰ পানী থকা বস্তু
something with lots of water
- ঢেকḍhekaAdjective
দীঘলকৈ টানি বা সুৰ ধৰি পুথি পঢ়া বা গীত গোবা ধৰণ।
- ঢেক ধৰিdhek dho.riAdjective Adj.
কৰ্কষ, চুটী আৰু লয়হীন শব্দৰে উচ্চাৰণ কৰি কোৱা কথা৷
voice with short, sharp, unpleasant sound in a nonrhythmic way.
- ঢেকনি মাৰ্ḍhekani, mār
পানীৰে ঢাকি ধৰ্ বা ভৰি পৰ্; যেনে-"পথাৰখন পানীৰে ঢেকনি মাৰিলে"
to be full or covered with water
- ঢেকাdhe.kaMaterial Noun
মূৰে ভাঁজ থকা লোৰ নিয়াৰি
মূৰে ভাঁজ থকা লোৰ নিয়াৰি
- ঢেকীয়াdhe.ki.yaCommon Noun
is an edible fern found throughout Asia and Oceania. It is probably the most commonly consumed fern, and is quite tasty, giving it the name "vegetable"
- ঢেকীয়া পাতdhekiya patCommon Noun
is an edible fern found throughout Asia and Oceania. It is probably the most commonly consumed fern, and is quite tasty, giving it the name "vegetable"
- ঢেকেৰাḍhekerāNoun
বৰগলা।
- ঢেকেৰুবাḍhekerubāNoun
মুনীয়া বা ফুট নথকা কঁঠাল
a diseased jack-fruit having no pulp inside
- ঢেকেৰুৱাdhe.ke.ru.waMaterial Noun
ভিতৰত ফুট নধৰা কঁঠাল
a jack fruit without pulp inside
- ঢেক্ ঢেক্ḍhek, ḍhekNoun
উচ্চ হাঁহিৰ দৰে শব্দ
an imitative word used to express the sound of loud laughter
- ঢেক্ঢেকনিNoun
ঢেক্ ঢেক্ কৰি হঁহা কাৰ্য্য।
- ঢেক্ঢেকাIntransitive verb
বৰকৈ হাঁহ্
to laugh loudly
- ঢেঙাḍheṅāAdjective
ঢঙা।
- ঢেঙ্কুৰুচ্ḍheṅkurucNoun
ঢেঁকী দিওঁতে হোবা শব্দ
an imitative word used to express the sound caused by the dhēkī when working
- ঢেঙ্গাdhe.ngaProper Adj.
প্ৰচুৰ পানী থকা বস্তু
something with lots of water
- ঢেণ্ডা-এৰাḍheṇḍā-erāNoun
বঙালী-এড়া।