← ফুৰি যাওক

ঢেক্ঢেকা

অৰ্থ

1.

বৰকৈ হাঁহ্

to laugh loudly

অক. ধা.

2.

ঘোঁৰা বা গঁড়ৰ দৰে মাৎ

to neigh, as a horse

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঢেক্ঢেকা · অসমীয়া অভিধান