কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উচ্চবিত্তus.so.bit.toAbstract Noun
সমাজক ধনীক শ্ৰেণীক লৈ গঠিত আট্যৱন্ত সমাজ৷
The upper class in modern societies is the social class composed of the wealthiest members of society, who also wield the greatest political power]. According to this view, the upper class is generally distinguished by immense wealth which is passed on from generation to generation.
- উচ্চবৰ্গAbstract Noun
সমাজৰ শ্ৰেষ্ঠ লোক-সমষ্টি
selected group of people who are best of society
- উচ্চমনাus.so.mo.naProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- উচ্চলগ্নNoun
কোনো কাৰ্য্য কৰিবলৈ শুভ সময় বা কাল
an auspicious moment
- উচ্চশিক্ষাuso.xik.khaAbstract Noun
মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা অন্যান্য বৃত্তিগত প্ৰতিষ্ঠানত লাভ কৰা ওপৰ মহলাৰ শিক্ষা৷
Education beyond the secondary level, especially education at the college, university level and any professional schools.
- উচ্চশ্ৰেণীৰus.so.sre.nirAdjective Adj.
কোনো ওখখাপৰ,উচ্চশ্রেণীৰ জটিল পাঠ্যক্ৰম বা তেনে পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্রী।
(of studies etc.) at a high, complex level. e.g. an advanced student of music; an advanced course on Assamese.
- উচ্চস্তৰীয়us.so.sto.ri.yoProper Adj.
pertaining to a higher level of activities or contacts between multiple parties.
- উচ্চস্থানAbstract Noun
কোনোৱে অৰ্জা বা আৰোহণ কৰা আটাইতকৈ ওখ বা গুৰুত্বপূৰ্ণ স্থান বা পৰ্য্যায়।
the highest or most important point or level achieved.
- উচ্চস্বৰেus.so.so.reAdverb
ডাঙৰকৈ শব্দ কৰি
strongly audible; having exceptional volume or intensity
- উচ্চহৃদয়us.so.hri.doyProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- উচ্চাইuccāi
ওখ বা ডাঙৰ সূৰত; উচ্চ মাত ধৰি; যেনে-পঞ্চম উচ্চাই বেণু বায় যদুমণি" (বৰগীত)।
- উচ্চাকাংক্ষাus.sa.kang.khyaAbstract Noun
কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ
a longing or craving, as for something that brings satisfaction or enjoyment
- উচ্চাকাংক্ষীus.sa.kang.khyiProper Adj.
কোনো সফলতাৰ বাবে মনৰ মাজত উচ্চ আশা থকা ৷
having a strong desire for success or achievement.
- উচ্চাটনuccāṭanaNoun
কামদেবৰ্ পঞ্চ শৰৰ এবিধ
one of the five arrows or Kāmadeva
- উচ্চাত্মিকাuccātmikāAdjective
আনতকৈ নিজক উচ্চ বুলি কৰা ধাৰণা
superiority complex
- উচ্চাত্মিকা বোধAbstract Noun
নিজকে আনতকৈ উচ্চ খাপৰ বুলি ভবা মনোবৃত্তি।
an exaggerated feeling of one being superior to others.
- উচ্চাভিলাষus.sa.bhi.laxAbstract Noun
কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ
a longing or craving, as for something that brings satisfaction or enjoyment
- উচ্চাভিলাসীus.sa.bhi.la.xiProper Adj.
কোনো সফলতাৰ বাবে মনৰ মাজত উচ্চ আশা থকা ৷
having a strong desire for success or achievement.
- উচ্চাশয়us.sa.xoyProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- উচ্চাৰণNoun
শব্দকৰণ; মতা কাৰ্য্য; বোলন
pronunciation; articulation; utterance