← ফুৰি যাওক

উচ্চাই

uccāi

অৰ্থ

1.

ওখ বা ডাঙৰ সূৰত; উচ্চ মাত ধৰি; যেনে-পঞ্চম উচ্চাই বেণু বায় যদুমণি" (বৰগীত)।

2.

ওপৰলৈ তুলি বা ধৰি; যেনে-"মনে বিমৰিষি পাচে গদাক উচ্চাই" (কীৰ্ত্তন)।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ