কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লঘু পৰ্
উপশম হ; কম হ; শাম কাট্ (নৰিয়া)
to abate
- লঘু যতিlo.ghu-jo.tiProper Noun
পঢ়োতে য’ত এটি হ্ৰস্ব স্বৰ উচ্চাৰিবৰ সমান কাল ৰব লাগে, তাতে এই চিন দিয়া যায়|
A punctuation mark (<b>,</b>) used to indicate the separation of elements within the grammatical structure of a sentence.
- লঘু হlaghu, ha
লাজত পৰ্; অপমানিত হ
to be put to shame; to be insulted
- লঘুকৰণlaghukaraṇaNoun
গণিতত এক মূল্যৰ ৰাশিত পৰিণত কৰা কাৰ্য্য
reduction
- লঘুপাকীProper Adj.
সহজে জীণ যোৱা
easily digestible.
- লঘূlo.ghuProper Adj.
আনুপাতিকভাৱে কম ওজন থকা ৷
Of relatively little weight for its size or bulk
- লঘূ আহাৰlo.gu a.harMaterial Noun
সাধাৰণভাৱে কৰা লঘু আহাৰ ৷
a small portion of food or drink usually eaten between regular meals
- লঘূ সপ্তৰ্ষি মণ্ডলlo.ghu xop.tor.xi mon.dolProper Noun
উত্তৰ আকাশত ধ্ৰুবতৰাৰ সৈতে সাতটা তৰাৰে এটি তাৰকামণ্ডল৷
Ursa Minor, or the Little Dipper, is a small constellation in the northern hemisphere. In Latin, its name means "little bear." The constellation was originally listed by the Greek astronomer Ptolemy in the 2nd century.
- লঘোনlaghonaNoun
লঘন; উপবাস; অনাহাৰ
fast; abstinence from food
- লঘোন দেlo.gho`n deVerb-Intran.
খাদ্য নোখোৱাকৈ অথবা অতি কম পৰিমাণৰ খাদ্য খাই থাক্
to abstain from or to eat very little food
- লঘোন লাগ্
উপবাস কৰিব লগা হ; যেনে-"অশুচি দ্ৰব্য ছুলে লঘোন লাগে"
to have to observe a fast
- লঘোনীয়াAdjective
উপবাসী; সঁযোতত থকা; নেখাই থকা
fasting
- লঘোনেlo.gho`.neAdverb
আহাৰ নকৰাকৈ থকা অৱস্থা৷
in the manner or condition of very hungry.
- লঘোনে থাক্lo.gho`.ne thakVerb-Intran.
খাদ্য নোখোৱাকৈ অথবা অতি কম পৰিমাণৰ খাদ্য খাই থাক্
to abstain from or to eat very little food
- লঘোনে-ভোকেlo.gho’.ne-bho’.keAdverb
আহাৰ নকৰাকৈ থকা অৱস্থা৷
in the manner or condition of very hungry.
- লঙ্কাlaṅkāNoun
ৰাবণ ৰজাৰ পুৰি; ভাৰতৰ দক্ষিণে থকা এটা দ্বীপ
Sri Lanka
- লঙ্কা-মৰিচlaṅkā-maricaNoun
জলকীয়া।
- লঙ্কাকাণ্ড
লঙ্কাত ৰামেৰে সৈতে ৰাবণৰ যুদ্ধ বৰ্ণনা কৰা ৰামায়ণৰ এটা খণ্ড
a canto of the Rām āyana
- লঙ্কেশlaṅkeśaNoun
লঙ্কাৰ ৰজা; ৰাবণ
R āvana, the demon king of Sri Lanka
- লঙ্কেশ্বৰlaṅkeśbaraNoun
লঙ্কাৰ ৰজা; ৰাবণ
R āvana, the demon king of Sri Lanka