← ফুৰি যাওক

লঘোন

laghona

অৰ্থ

1.

লঘন; উপবাস; অনাহাৰ

fast; abstinence from food

বি.

2.

কোনো ধৰ্ম্মকাৰ্য্যৰ আগ দিনা কৰা উপবাস

a fast observed on the day preceeding the performance of a religious ceremony

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লঘোন · অসমীয়া অভিধান