কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যদুনাহNoun
যদুনাথ; কৱষ্ণ; যেনে-"মিত্ৰ বৱন্দা কালিন্দীক পাছে যদুনাহ" (কীৰ্ত্তন)।
- যদুপতিyadupatiNoun
যদুবংশৰ গৰাকী কৱষ্ণ
Krsna
- যদুবংশyadubaṃśaNoun
যদুৰজাৰ সন্তান-সন্ততি; কৱষ্ণ আদি
the descendants of Kind Yadu
- যদুবংশীNoun
যদুবংশত জন্মা।
- যদুমণিNoun
যদুবংশৰ ৰত্ন; কৱষ্ণ
Krsna
- যদুমণিyadumaṇiNoun
শিয়াল-গলা।
- যদ্যপিyadyapi
যদি, যদিও।
- যদ্যাপিjo.dya.piConjuction
কোনো কথাৰ ওপৰত নিৰ্ভৰ নকৰি
Regardless of the fact that
- যদৱচ্ছাyadawacchāNoun
নিজৰ ইচ্ছা; ঘটনাক্ৰমে; দৈবক্ৰম; যদূচ্ছা- ক্ৰমে ক্ৰি. বিণ. কোনো চেষ্টা নকৰাকৈ
incidentally
- যধামূৰ্খjo.dha.mur.khoProper Adj.
যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷
Tending to make poor decisions or careless mistakes
- যধেমধেAdverb
কোনো কাৰণ বা নিয়ম নোহোৱাকৈ
without an apparent reason or pattern
- যনিyaniNoun
বছৰেকীয়া বাম খেতিত হোবা প্ৰায় ধনীয়া শাকৰ পাতৰ নিচিনা পাতেৰে এবিধ সুগন্ধি মচলাৰ গছ আৰু তাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গুটি
the Bishop's wood; caraway seed; carum capticum
- যনীyanīNoun
বছৰেকীয়া বাম খেতিত হোবা প্ৰায় ধনীয়া শাকৰ পাতৰ নিচিনা পাতেৰে এবিধ সুগন্ধি মচলাৰ গছ আৰু তাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গুটি
the Bishop's wood; caraway seed; carum capticum
- যনীয়াAdjective
যনী গুটিৰ দৰে গোন্ধোবা
smelling like caraway seed
- যন্ত্রণাjan.tro.naAbstract Noun
ৰোগ বা আঘাতৰ দ্বাৰা সৃষ্ট বেদনা আৰু দুৰ্দশাজনক শাৰীৰিক অৱস্থা৷
a physical or medical state of pain, distress caused by a disease or injury.
- যন্ত্ৰyantraNoun
কল; যতন; সঁজুলি
an instrument; an apparatus; a contrivance
- যন্ত্ৰ নাওMaterial Noun
an engine powered small boat.
- যন্ত্ৰ-পাতিjon.tro-pa.tiMaterial Noun
যন্ত্ৰ-কল আৰু অন্যান্য সা-সৰঞ্জাম ।
tools and instruments.
- যন্ত্ৰকৌশলAbstract Noun
the art or science of making practical application of the knowledge of pure sciences, as physics or chemistry, as in the construction of engines, bridges, buildings, mines, ships, and chemical plants.
- যন্ত্ৰচালকjon.tro.sa.lokCommon Noun
a person who operates a machine