যন্ত্ৰ
yantra
অৰ্থ
1.
কল; যতন; সঁজুলি
an instrument; an apparatus; a contrivance
বি.
2.
বাদ্য
a musical instrument
বি.
3.
তন্ত্ৰমতে শৰীৰত কবচ-স্বৰূপ আঁকি লোবা চক্ৰ- বিশেষ
a mystical diagram used as an amulet
বি.
4.
পূজাদিত পিঠাগুৰি আদিৰে সজা নানা গঢ়ৰ মড়ল; যেনে-"কলিত নাহিক তপ জপ যজ্ঞ বস্ত্ৰ" (কীৰ্ত্তন); ; যন্ত্ৰী বি. যন্ত্ৰ বা কল চলাওঁতা
various diagrams used in tantric worship ; one who handles a machine; a mechanic
বি.
5.
ভগবন্ত পুৰুষ যাৰ ইচ্ছামতে শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গই কাম কৰে।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ