কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মঙ্গ(-ঙ)লতিmaṅga(-ṅa)latiNoun
মঙ্গল চোবা মানুহ; কাৰো ভাল-বেয়া গণনা কৰা লোক; , স্ত্ৰী. মঙ্গ(-ঙ)লতী।
one who calculates other's good or evil fortune
- মঙ্গ(-ঙ)লবৰীয়াmaṅga(-ṅa)labarīẏāAdjective
মঙলবাৰে ওপজা বা হোবা
born or occurring on Tuesday
- মঙ্গ(-ঙ)লময়maṅga(-ṅa)lamaẏaAdjective
কল্যাণময়; কল্যাণকাৰী
full of goodness; bestowing well-being
- মঙ্গলmong.golProper Noun
সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো
the planet fourth in order from the sun
- মঙ্গলকামীmong.gol.ka.miCommon Noun
মঙ্গল চিন্তা কৰা, লোকৰ ভাল কামনা কৰা ব্যক্তি |
Someone who shares your feelings or opinions and hopes that you will be successful.
- মঙ্গলকাৰকmong.gol.ka.rokAdjective Adj.
a situation which is encouraging or approving or pleasing
- মঙ্গলকৰmong.gol.korAdjective Adj.
a situation which is encouraging or approving or pleasing
- মঙ্গলচণ্ডীmong.gol.Proper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- মঙ্গলজনকAdjective
fortunate; auspicious
- মঙ্গলতিmo.ngo.lo.tiProper Noun
যি ভৱিষ্যতে হ’ব লগা ঘটনা সম্পৰ্কে ক’ব পাৰে বা অলৌকিক উপায়েৰে গুপ্ত জ্ঞান উদ্ধাৰ কৰিব পাৰে৷
one who foretells future events or discover hidden knowledge by supernatural means.
- মঙ্গলদায়কmong.gol.da.yokAdjective Adj.
a situation which is encouraging or approving or pleasing
- মঙ্গলদৈProper Noun
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ৷ হিমালয়ৰ পৰা আহি দৰং জিলাৰ মাজেৰে আহি ব্ৰহ্মপুত্ৰত মিলিছে৷
A tributory of Brahmaputra, originating from Himalaya flowing through Darrang district finaly meets Brahmaputra.
- মঙ্গলবন্তmaṅgalabantaNoun
ভাগ্যবন্ত; ভাগ্যবান
prosperious
- মঙ্গলবানmaṅgalabānaNoun
ভাগ্যবন্ত; ভাগ্যবান
prosperious
- মঙ্গলবাৰmo.gol barAbstract Noun
সপ্তাহৰ তৃতীয়টো দিন ৷
The third day of the week; the second working day.
- মঙ্গলময়mong.gol.moyAdjective Adj.
a situation which is encouraging or approving or pleasing
- মঙ্গলযানmong.gol.janProper Noun
৫ নবেম্বৰ ২০১৩চনত ভাৰতে পঠিওৱা মংগল গ্ৰহ অভিমুখী যান৷ ২৪ চেপ্তেম্বৰ ২০১৪ চনত ই মংগলৰ কক্ষপথত প্ৰৱেশ কৰে৷
The Mars Orbiter Mission, informally called Mangalyaan, is a Mars orbiter launched into Earth orbit on 5 November 2013 by the Indian Space Research Organisation. On 24 Sep 2014 it was placed in Mars orbit. India becomes the first country to complete it in first attempt.
- মঙ্গলসূচকmong.gol.xu.sokAdjective Adj.
a situation which is encouraging or approving or pleasing
- মঙ্গলাচৰণmaṅgalācaraṇaNoun
মঙ্গল হ'বৰ নিমিত্তে কৰা কাৰ্য্য; কোনো কাৰ্য্য সিদ্ধি হ'বৰ কাৰণে সেই কাৰ্য্যৰ আৰম্ভতে মঙ্গলজনক অনুষ্ঠান বা দেবতাৰ বন্দনা
a preliminary propitiatory invocation or ceremony
- মঙ্গলামঙ্গলmong.go.la.mong.golAbstract Noun
ভাল আৰু বেয়া; সৌভাগ্য আৰু দুৰ্ভাগ্য
good and bad; good luck and ill luck