মঙ্গল
mong.gol
অৰ্থ
1.
সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো
the planet fourth in order from the sun
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
এক ভাল বা সন্তোষজনক অৱস্থা; সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধি সূচোৱা এক অৱস্থা৷
a good or satisfactory condition of existence; a state characterized by health, happiness, and prosperity
গুণবাচক বিশেষ্য
3.
ভাল বেয়া, ভূত ভবিষ্যত গণনা কৰা কাৰ্য্য৷
Some type of magical work(calculation) that can predict future.
কৃদন্ত বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ