কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধমকা-ধমকিdho.mo.ka-dho.mo.kiVerbal Noun
কাৰোবাক উদ্দেশি টান বা বেয়া কথা কোৱা কাৰ্য্য।
the act of scolding someone or saying bad things about.
- ধমকিdhom.kiVerbal Noun
কাৰোবাক উদ্দেশি টান বা বেয়া কথা কোৱা কাৰ্য্য।
the act of scolding someone or saying bad things about.
- ধমকি দেdho.mo.ki deVerb-Trans.
To assail or speak with contemptuous or opprobrious language
- ধমধমাIntransitive verb
বৰকৈ জ্বলা জুইৰ দৰে শব্দ কৰ্
to roar like a blazing fire
- ধমনাdhamanāNoun
কাটি সৰু নকৰা গোটা কাঠ; কোনো বস্ত্তৰ মাজত টান হৈ থকা অংশ
a large piece of unshaped wood; the harder part in a substance
- ধমনিকাdho.mo.ni.kaAbstract Noun
The smallest of the true arteries, that help regulate blood pressure and deliver blood to capillaries
- ধমনীdhamanīNoun
গাৰ তেজ চলা সিৰ; নাড়ী
an artery; a vein
- ধমহ্dhamahNoun
গধুৰ কিন্ত্ত কোমল বস্ত্ত পৰা শব্দ।
- ধম্কিdhamkiNoun
ভয় দেখুবাই সাবধানকৰণ; ডাবি
threat
- ধম্ধমনিNoun
ধম্ ধম্ কৰা কাৰ্য্য; ডাবি-হুঁকি।
- ধম্ধমীয়াdhamdhamīẏāNoun
বৰ বেগেৰে বোবা নৈৰ পানী খুন্দা খাই ধম্ধম্ শব্দ কৰা ঠাই
a place where the current of a river dashes against the bank and makes a roaring noise
- ধম্ধম্dhamdhamNoun
বৰকৈ জ্বলা জুইৰ নিচিনা শব্দ; বৰকৈ জলা বা পোৰা ভাব বুজোবা শব্দ; দহ্দহ্
an imitative word used to express the sound or sensation of blazing fire
- ধলdhalaAdjective
ধলা; বগা
white
- ধল-পুবাdhala-pubāNoun
নিচেই পুবা
dawn
- ধল-ফাটdhala-phāṭaNoun
পুবা পূৰাকৈ পোহৰ হোবাৰ আগতে পূব আকাশত হোবা ক্ষীণ পোহৰ; বগা ডাঁৰ।
- ধলং-পলংdho.long po.longAbstract Noun
ভোক পিয়াহত জৰ্জৰিত, গা ভাল নলগা অৱস্থা
the state of not feeling well after not eating or drinking for while
- ধলপানীAbstract Noun
অতি কম সময়ৰ ভিতৰত অহা বানপানী৷
A flood caused by heavy or excessive rainfall in a short period of time, generally less than 6 hours. Flash floods are usually characterized by raging torrents after heavy rains that rip through river beds, urban streets, or mountain canyons sweeping everything before them. They can occur within minutes or a few hours of excessive rainfall. They can also occur even if no rain has fallen, for instance after a levee or dam has failed, or after a sudden release of water by a debris or ice jam.
- ধলপুৱাdhol.puwaAbstract Noun
প্ৰতিদিনে ৰাতিপুৱা যিটো সময়ত পোহৰ হয়।
The time each morning at which daylight first begins.
- ধলফাট্dhol.phatAbstract Noun
প্ৰতিদিনে ৰাতিপুৱা যিটো সময়ত পোহৰ হয়।
The time each morning at which daylight first begins.
- ধলাdhalāAdjective
বগা
white