ধমধমা
অৰ্থ
1.
বৰকৈ জ্বলা জুইৰ দৰে শব্দ কৰ্
to roar like a blazing fire
অক. ধা.
2.
বৰকৈ জলা বা পোৰা অনুভব কৰ্; যেনে-"শত্ৰুৰ উন্নতি দেখি তাৰ বুকুবে ধমধমাইছে;"
to feel a burning sensation
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ