কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দণ্ডমূলকdon.do.mu.lokProper Adj.
শাস্তি দিয়াৰ বাবে কৰা বা শাস্তি সম্পৰ্কীয়
Inflicting punishment or done in order to punish
- দণ্ডযুক্তdon.do.juk.toVerbal Adj.
এক বা ততোধিক দণ্ড বা মাৰি লগোৱা
provided with one or more bars
- দণ্ডযোগ্যdon.do.jo`.gyoProper Adj.
আইনৰ দ্বাৰা দণ্ড দিব লগীয়া
(an act) that calls for punishment by law.
- দণ্ডাকাৰdaṇḍākāraAdjective
ডাঁৰ এডালৰ আকাৰৰ নিচিনা; দীঘল; . দণ্ডবত হৈ পৰা
resembling a staff ; lying at full length
- দণ্ডাকাৰণ্যdaṇḍākāraṇyaNoun
ৰাম বনলৈ গৈ নিবাস কৰা নৰ্ম্মদা আৰু গোদাবৰী নৈৰ মাজত থকা এখন বহল হাৰি; . পু. অ
name of a forest between the Narmadā and Godāvari rivers
- দণ্ডাজ্ঞাdaṇḍājñāNoun
দণ্ডৰ আজ্ঞা; শাস্তি দিবলৈ কৰা আদেশ
an order of punishment; a sentence
- দণ্ডাত্মকdaṇḍātmakaAdjective
শাস্তি দিয়াৰ উদ্দেশ্যেৰে কৰা
punitive
- দণ্ডাদেশdaṇḍādeśaNoun
শাস্তিৰ হুকুম
sentence
- দণ্ডাধিকাৰdon.da.dhi.karCommon Noun
Official conducting a court for minor cases and preliminary hearings
- দণ্ডাধিকাৰীdaṇḍādhikārīNoun
দণ্ড দিয়াৰ গৰাকী; একশ্ৰেণীৰ বিচাৰক
magistrate
- দণ্ডাধীশdon.da.dhixCommon Noun
Official conducting a court for minor cases and preliminary hearings
- দণ্ডানুNoun
দণ্ডানু
দণ্ডানু
- দণ্ডায়মানdaṇḍāẏamānaAdjective
থিয় হৈ থকা
standing
- দণ্ডাৰ্হdaṇḍārhaAdjective
দণ্ডৰ যোগ্য।
- দণ্ডিdaṇḍiNoun
ডঁৰি; দণ্ডৰ ভয়; যেনে-"ৰজাৰ দণ্ডিত থাকি সুতলপুৰীক ঢাকি নিৰন্তৰ কৰে হৰি-ঘোষ" (কীৰ্ত্তন)
fear of punishement
- দণ্ডি ধৰ্
দণ্ডি চাই চাই বিচাৰ
to follow by tracks or foot-steps
- দণ্ডীdaṇḍīNoun
হাতত পবিত্ৰ লাখুটি লৈ ফুৰা এক শ্ৰেণীৰ সন্ন্যাসী
a religious mendicant carrying a sacred staff
- দণ্ডোতাFeminine
দণ্ডতী বিণ. দণ্ডকমূল শাস্তি দিয়াৰ উদ্দেশ্যেৰে ব্যবহৱত।
- দণ্ড্daṇḍTransitive verb
শাস্তি কৰ্; দণ্ড দি; দণ্ড বিহ্
to punish; to fine
- দণ্ড্যdaṇḍyaNoun
দণ্ডনীয়।