← ফুৰি যাওক

দণ্ডি

daṇḍi

অৰ্থ

1.

ডঁৰি; দণ্ডৰ ভয়; যেনে-"ৰজাৰ দণ্ডিত থাকি সুতলপুৰীক ঢাকি নিৰন্তৰ কৰে হৰি-ঘোষ" (কীৰ্ত্তন)

fear of punishement

বি.

2.

হাবিত হাতী যোবা বাট

an elephant track

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দণ্ডি · অসমীয়া অভিধান