কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থিয়েটাৰthiẏeṭāraNoun
ৰঙ্গমঞ্চ।
theatre
- থিয়ৈ-থিয়ৈAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- থিৰthiraAdjective
লৰ-চৰ নোহোবা
fixed; steady
- থিৰ হthir hoVerb-Trans.
কোনো বিষয় সম্পৰ্কে সহমতত উপনীত হ।
To come into or be in accord, as of opinion.
- থিৰ-জুৰthira-juraAdjective
শান্ত প্ৰকৱতিৰ; ধীৰ, নিৰ্জ্জু; উদ্বেগ নথকা
steady; calm; dispassionate
- থিৰ-থিৰাthira-thirāIntransitive verb
থিৰিকিয়া।
- থিৰাংthirāmAdjective
নিশ্চিত; লৰচৰ নোহোবা; ঠিক
certain; determind; settled
- থিৰাংকৈthi.rang.koiAdverb
হোৱা বা কৰাৰ বাবে পূৰ্বে নিৰ্দ্ধাৰণ বা সিদ্ধান্ত কৰা কোনো কথা।
sth determined, specified or decided earlier to happen/do.
- থিৰিকthirikaIntransitive verb
কিন্কিনা
to drizzle
- থিৰিকনিNoun
কিন্কিনীয়া বৰষুণ; কণিওবা বৰষুণ
a drizzling rain
- থিৰিকিয়াthirikiẏāIntransitive verb
কিন্কিনা
to drizzle
- থিৰিকীয়াAdjective
কিকিয়া
drizzling
- থিৰেthireAdverb
শাঁতেৰে; ধীৰে; স্হিৰভাবে; অলৰ হৈ; অস্হিৰ নহৈ
firmly; without moving or shaking
- থিৰে-জুৰেthi.re-ju.reAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- থীমthimProper Noun
কোনো ব্ল’গ, প’ৰ্টেল, মেইল আৰু ৱেৱছাইটৰ পৃষ্ঠভূমি ৰঙীনভাৱে সজাব পৰা কলাসন্মত আলোকচিত্ৰ ৷
A unifying idea that is a recurrent element in literary or artistic work. It's use any blogs, portals, mail URL, website. etc for background.
- থুthu
[সং. থুত্কাৰ; নাইবা থু থু (মুখৰ সেপ পেলাওঁতে হোবা শব্দ) বি. সেপ; মুখৰপৰা ওলোবা ৰস
spittle
- থু পেলাthu pe.laVerb-Intran.
মুখৰ পৰা থু বা লালটি জোৰে বাহিৰলৈ প্ৰক্ষেপ কৰ্।
to throw away saliva with force like a jet from the mouth.
- থু-থু কৰ্thu-thu korVerb-Trans.
তীব্ৰ বেয়া পোৱা ভাৱ প্ৰকাশ কৰা
to express utter disapproval of
- থুঁতৰিthum̐tariNoun
থোঁতোৰা; মুখৰ তললৈ ওলমি থকা জোঙা ভাগ
the chin
- থুঁতৰীয়া
থুঁতৰিলৈকে উঠা বা হোবা (পানী)
chin deep