← ফুৰি যাওক

থিৰ

thira

অৰ্থ

1.

লৰ-চৰ নোহোবা

fixed; steady

বিণ.

2.

ঠিক; নিশ্চিত

certain

বিণ.

3.

শান্ত; ধীৰ

calm

বিণ.

4.

অলপকৈ গোট মৰা; তৰল বা পনীয়া গুচি অলপ ঘন হোবা

congealed slightly

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ