কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাghāNoun
আঘাতৰ চিন; ক্ষত
a wound
- ঘা মাৰ্
কোব মাৰ্; অস্ত্ৰেৰে আঘাত কৰ্
to strike with a cutting weapon
- ঘা লগা
আঘাত কৰি বা কাটি মঙহ উলিয়া; ক্ষত কৰ্
to wound
- ঘা লাগ্
ক্ষত হ; ঘাৰ দ্বাৰা তেজ-মঙহ ওলা
to be wounded
- ঘাঁgha~Material Noun
কটাৰ কাৰণে হোৱা ক্ষতি
harm or damage that is done by a cut
- ঘাঁইপাতgha~i.patAbstract Noun
কোনো জালস্থান(ৱেবচাইট)ৰ সমুখৰ (আৰাম্ভণি)ৰ পৃষ্ঠাটো৷ সাঘাৰণতে সূচীপত্ৰৰ কাম কৰে৷
the introductory page of a website, typically serving as a table of contents for the site.a web page set as the default or start-up page on a browser.
- ঘাঁটনNoun
ঘঁটা কাৰ্য্য; মাৰি আদিৰে লৰাই দিয়া কাৰ্য্য; সঞ্চালন; . কৱদ
the act of stirring or agitating
- ঘাঁটোঁতাFeminine
ঘাঁটতী।
- ঘাঁট্ghām̐ṭTransitive verb
মাৰি আদিৰে লৰাই দি; মথ্; সঞ্চালন কৰ্
to stir; to agitate
- ঘাঁতghām̐taNoun
তাল-মৱদং আদিৰে গোবা গায়নৰ প্ৰতি আধ্যা বা ভাগৰ অন্তত এটাইবোৰ বাদ্য একেলগে বজাই মৰা সামৰণি; ঘেতা; গীত-বাদ্যৰ ছেদ; মান
simultaneous flourish or striking up all the musical instruments at the end of each division or part of musical performance
- ঘাঁহghām̐haNoun
জন্ত্তবে খোবা কোমল গছ-পাত, বন আদি তৱণ
fodder grass
- ঘাঁহ ধৰ্
পিয়ন এৰি ঘাঁহ খাবলৈ আৰম্ভ কৰ্
to be weaned and begin to live upon grass, as a young animal
- ঘাঁহ-কটীয়াNoun
ঘাঁহী; ঘাঁহ কটা মানুহ
a grass cutter
- ঘাঁহ-পেটNoun
গৰু, ম'হ আদিৰ পেটৰ বাওঁফালৰ ভাগ, য'ত খোবা ঘাঁহ থাকে।
- ঘাঁহ-বনgha~h-bonCommon Noun
ঠেক পাতৰ সেউজীয়া উদ্ভিদ, যাক চৰণীয়া জীৱ-জন্তুৰ খাদ্য হিচাপে সেউজীয়া বা শুকান অৱস্থাত ব্যৱহাৰ কৰা হয়
narrow-leaved green herbage: grown as lawns; used as pasture for grazing animals; cut and dried as hay
- ঘাঁহ-শস্যবিজ্ঞানAbstract Noun
ঘাঁহ-বন সম্পৰ্কে কৰা অধ্যয়ন
study of grass
- ঘাঁহকটীয়াgha~h.ko.ti.yaCommon Noun
জন্তুক খুৱাবৰ বাবে ঘাঁহ কটা মানুহ ৷
One who cuts grasses for animals feeding.
- ঘাঁহজাতীয়Proper Adj.
তৃণ বা ঘাঁহৰ দৰে
relating to herbs or grass.
- ঘাঁহনিNoun
ঘাঁহ থকা ঠাই; বননি
grass- land
- ঘাঁহীNoun
জন্ত্তবে খোবা ঘাঁহ যোগাওঁতা বা ঘাঁহ কটা মানুহ
a grass cutter