← ফুৰি যাওক

ঘা

ghā

অৰ্থ

1.

আঘাতৰ চিন; ক্ষত

a wound

বি.

2.

আঘাত; প্ৰহাৰ; অস্ত্ৰৰ কোৰ

stroke

বি.

3.

খহু আদিৰপৰা হোবা ছাল-মঙহৰ ক্ষয়

a sore

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘা · অসমীয়া অভিধান