কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক্ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষুল্লতাতkṣullatātaNoun
পিতৱৰ ভাই; খুৰা; দদাই
paternal uncle
- ক্ষুৎkhyutAbstract Noun
sudden loud involuntary expulsion of air from the nose and mouth caused by irritation of the nostrils
- ক্ষুৰkṣuraNoun
খুৰ।
- ক্ষুৰকৰ্মVerbal Noun
ক্ষুৰেৰে ডাঢ়ি-চুলি খুৰোৱা কাৰ্য্য
the act of removing hair with a razor
- ক্ষুৰধাৰkhyur.dharProper Adj.
ধাৰ থকা।
having a thin edge suitable for cutting.
- ক্ষুৰপ্ৰkhyu.ro.proMaterial Noun
ধনুত লগাই নিক্ষেপ কৰিব পৰা মিহি, জোঙা, পোন আৰু দীঘল, সাধাৰণতে পাখি লগোৱা এক অস্ত্ৰ।
a slender, straight, generally pointed missile or weapon made to be shot from a bow and equipped with feathers at the end of the shaft near the nock, for controlling flight.
- ক্ষুৰীkhyu.riCommon Noun
লোকৰ চুলি-ডাড়ি কাটি জীৱিকা নিৰ্বাহ কৰা ব্যক্তি |
One whose business is to cut hair and to shave or trim beards.
- ক্ষেত্ৰkṣetraNoun
ঠাই
place
- ক্ষেত্ৰ-গণিতNoun
ক্ষেত্ৰ বা সমতল আকৱতিৰ জোখ-মাখ বা আকাৰ-প্ৰকাৰৰ কথা থকা শাস্ত্ৰ
geometry
- ক্ষেত্ৰকৰ্মkhyet.ro.kor.moAbstract Noun
কোনো শস্য ৰূপণ আৰু পতি-পালন কৌশল আৰু বিজ্ঞান৷
the art, science or business of growing a specific plant
- ক্ষেত্ৰজkṣetrajaAdjective
আপোনাৰ ভাৰ্য্যাৰ গৰ্ভত বংশৰ কোনো লোকৰ দ্বাৰা উৎপন্ন হোবা; যেনে-"ক্ষেত্ৰজ পূত্ৰ"
begotten on one's wife by a kinsman
- ক্ষেত্ৰজ পুত্ৰkhye.troj pu.troCommon Noun
অবৈধ সন্তান, অৰ্থাৎ অবিবাহিত মাক-দেউতাকৰ সন্তান
a person born to parents who are not married to each other; an illegitimate child
- ক্ষেত্ৰজ্ঞkhyet.ro.gyoProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- ক্ষেত্ৰতত্ত্বkhye.tro.tot.woAbstract Noun
বিন্দু, ৰেখা, কোণ, পৃষ্ঠ আৰু গোটা বস্তুৰ ধৰ্ম, জোখ-মাখ আৰু সম্পৰ্কৰ চৰ্চ্চা কৰা গণিতৰ ভাগ
The mathematics of the properties, measurement, and relationships of points, lines, angles, surfaces, and solids.
- ক্ষেত্ৰপালkṣetrapālaNoun
খেতৰ; এজাতি উপদেবতা
a kind of evil spirit
- ক্ষেত্ৰপৰ্পটীkṣetraparpaṭīNoun
ধেতকপৰা।
- ক্ষেত্ৰফলkhyet.ro.pholProper Adj.
দৈৰ্ঘ্যক প্ৰস্থৰে পূৰণ কৰি পোৱা ফল, মাটি জুখিবলৈ ব্যৱহাৰ কৰা হয় ৷
the figure obtained my multiplying length by breadth, used to measure land
- ক্ষেত্ৰমিতিkhye.tro.mi.tiAbstract Noun
বিন্দু, ৰেখা, কোণ, পৃষ্ঠ আৰু গোটা বস্তুৰ ধৰ্ম, জোখ-মাখ আৰু সম্পৰ্কৰ চৰ্চ্চা কৰা গণিতৰ ভাগ
The mathematics of the properties, measurement, and relationships of points, lines, angles, surfaces, and solids.
- ক্ষেত্ৰাধিকাৰkhyet.ra.dhi.karAbstract Noun
আইনী সিদ্ধান্ত আৰু প্ৰয়োগ কৰাৰ অধিকাৰ আৰু ক্ষমতাৰ পৰিসীমা
the right and power to interpret and apply the law.
- ক্ষেত্ৰীkhyet.riCommon Noun
বৈবাহিক জীৱনৰ পুৰুষজন
a woman's partner in marriage; the male spouse