← ফুৰি যাওক

ক্ষেত্ৰ

kṣetra

অৰ্থ

1.

ঠাই

place

বি.

2.

পথাৰ

field

বি.

3.

খেতি

cultivation

বি.

4.

পবিত্ৰ ঠাই

a sacred place

বি.

5.

গণিত-শাস্ত্ৰত এটা সীমাবদ্ধ আকৱতি

a figure in geometry

বি.

6.

স্হূল বা অবস্হা

circumstances

বি.

7.

ভাৰ্য্যা; যেনে-"বামুণৰ ঔৰসত, বৈশ্যৰ ক্ষেত্ৰত"

wife

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ