কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উভয়লিংগীProper Adj.
একেজোপা গছতে পুং আৰু স্ত্ৰী পুষ্প থকা
having separate male and female cones or flowers on the same plant
- উভৰ্ubhar
উভল্; উভালি পৰ্; যেনে-"অনাবাবে উভৰি উভৰি পৰে তৰু" (দশম)।
- উমumaNoun
তপত গুণ
warmth
- উম-ঘামuma-ghāmaNoun
উমান; বুজ-বাজ; ভূ-ভা; অনুসন্ধান
slight notice
- উমঘামum.ghamAbstract Noun
কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|
A knowledge or understanding of something hidden.
- উমনিAdjective
চৰায়ে কণী বা পোবালি বুকুত পাখিৰে ঢাকি উম দিয়া কাৰ্য্য
the act of sitting of birds on their eggs to hatch them; incubation
- উমনি দি, উমুবা
কণী জগিবৰ কাৰণে চৰাইক উমাবলৈ দি
to cause to incubate
- উমনি দেu.mo.ni deVerb-Trans.
to sit upon (eggs) to hatch, as a bird
- উমনি লu.mo.ni loVerb-Trans.
to sit upon (eggs) to hatch, as a bird
- উমনি ল, উমনিত পৰ্umani, la, umanita, par
পোবালি জগাবৰ কাৰণে কণীৰ ওপৰত পৰি তাপ দি
to brood on eggs for hatching; to incubate
- উমনিত বহ্u.mo.nit bohVerb-Trans.
to sit upon (eggs) to hatch, as a bird
- উমল্umalIntransitive verb
ওমল্।
- উমাumāNoun
পাৰ্ব্বতী
Pārvatī; the wife of Śiva
- উমা-জালumā-jālaNoun
জুইৰ সামান্য বা অলপ তাপ
gentle heat of fire
- উমা-জালেAdverb
উমাই উমাই; অলপ অলপকৈ বা কমকৈ জ্বলি; বেছিকে নজ্বলাকৈ; যেনে-"জুইকুৰা উমাজালে লাগিছে"
smoulderingly
- উমাই উমাইumāi, umāiAdverb
বৰকৈ নজলাকৈ
in a smouldering manner
- উমাকান্তumākāntaNoun
উমাৰ স্বামী; মহাদেব
Śiva
- উমাচলu.ma.solProper Noun
গুৱাহাটীৰ নীলাচল পাহাৰৰ নামনিত থকা এক অঞ্চল ইয়াত পোৱা শিলালিপি৷ পুৰণি অসমীয়া লিপিৰ নিদৰ্শন৷ সুৰেন্দ্ৰবৰ্মন নামৰ ৰজা এজনৰ নাম -উমাচল শৈল শাসন- লিপিত উল্লেখ আছে৷ খৃ: পঞ্চম শতিকা৷
A place near Kamakhya Mandir, known for rock inscription in Assamese script.
- উমাটুমনিu.ma.tu.mo.niProper Noun
বিশ্বনাথ ঘাটৰ বুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰই ব-ছেৰা সোঁতাৰ সংগম স্থলত অৱস্থিত এটা প্ৰাকৃতিক নদী দ্বীপ৷বিশ্বনাথ চাৰিআলি নগৰৰ পৰা দক্ষিণলৈ ৬ কিঃমিঃ দূৰত এই উমাটুমনি বা উমাবন অৱস্থিত৷ পুৰণি পুথি `পীঠমালা তন্ত্ৰ`ৰ মতে উমাতুমনিত ২২খন পৱিত্ৰ থান থাকিলেও বৰ্তমান উক্ত সংখ্যক থান দেখা নাযায়৷ ইয়াত ১৭৪১ চনত আহোম স্বৰ্গদেউ শিৱ সিংহই স্থাপন কৰা উমা মন্দিৰ আছে
It is a small rocky island of Brahmaputra near Biswanath ghat in Sonipur district.
- উমানumānaNoun
মন বা গাত পোবা কোনো কাৰণৰ বোধ; মন বা গাত বোধ হোবা কাৰ্য্য; আঁটকাল; গম; সঁহাৰি
a conjecture; feeling the cause of something mentally or physically