← ফুৰি যাওক

উমা

umā

অৰ্থ

1.

পাৰ্ব্বতী

Pārvatī; the wife of Śiva

বি.

2.

উমনি ল; কণী বা পোবালিৰ ওপৰত পৰি তাপ দি; যেনে-"হাঁহজনীয়ে উপাইছে"

to brood on; to incubate

অক. ধা.

3.

লাহে লাহে জল্; অলপ তাপ দি; যেনে-"জুইকুৰা উমাই উমাই জলিছে"

to smoulder; to warm slightly

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ