কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমাৰ্থকsamārthakaAdjective
সমান বা প্ৰায় সমান অৰ্থ বুজোবা
synonymous
- সমাৰ্থক শব্দxo.mar.thok xob.doAbstract Noun
কোনো শব্দ বা পদৰ স’তে একে অৰ্থ থকা আন এটা শব্দ বা পদ
A word or phrase that has a meaning the same as, or very close to, that of another word or phrase
- সমাৰ্থশব্দকোষxo.mar.tho.xob.do.ko`xMaterial Noun
অভিধানৰ দৰে কিতাপ |ইয়াত সমাৰ্থক শব্দবিলাক একেলগে সজোৱা থাকে |সাধাৰণ অভিধানৰ দৰে শব্দ-অৰ্থ নাথাকে|
a dictionary like book where words are arranged in groups that have similar meanings
- সমাৱেশxo.ma.bexAbstract Noun
একে ঠাইতে বহুত মানুহ গোট খোৱা ৷
A group of individuals together in one place.
- সমাৱৰ্তনxo.ma.bor.tonAbstract Noun
(ক) এনে এক প্ৰক্ৰিয়া বা অৱস্থা, য’ত পোহৰৰ ৰশ্মিয়ে বিভিন্ন দিশত ভিন ভিন ধৰ্ম বা গুণাগুণ প্ৰদৰ্শন কৰে; বিশেষকৈ এনে এক অৱস্থা য’ত সকলো কম্পন একেটা সমতলত হয়।(খ) কোনো এক কেন্দ্ৰীয়, আণৱিক, পাৰমাণৱিক বা ৰাসায়নিক তন্ত্ৰত ধনাত্মক আৰু ঋণাত্মক বৈদ্যুতিক আধানৰ আংশিক অথবা পূৰ্ণাঙ্গ ধ্ৰুৱণ বা মেৰু বিভাজন৷
The production or condition of polarity, as:(a)A process or state in which rays of light exhibit different properties in different directions, especially the state in which all the vibration takes place in one plane. (b) The partial or complete polar separation of positive and negative electric charge in a nuclear, atomic, molecular, or chemical system.
- সমাৱৰ্তিত কৰ্dhru.bo.ta deVerb-Trans.
ধনাত্মক আৰু ঋণাত্মক আধানক এক নিৰ্দিষ্ট দূৰত্বত ঘনীভূত কৰা ৷ এই প্ৰক্ৰিয়াত বৈদ্যুতিক/চুম্বকীয় দ্বিমেৰুৰ সৃষ্টি হয় ৷
To separate or accumulate positive and negative electric charges in two distinct regions to create and electric dipole. The dipole undergoes torque when placed in an external electric field.
- সমিচাৰsamicāraNoun
মুখে মুখে দিয়া বা লিখা উত্তৰ বা সমাচাৰ
an answer; a reply (oral or written)
- সমিতিsamitiNoun
সভা; সমাজ
a meeting; an assembly; a club
- সমিধsamidhaNoun
ছিৰলী ছিৰলী পাতেৰে গাত আৰু ডালত কাঁইট থকা এবিধ ওখ ডাঙৰ গছ (কাঠ হোমত ব্যবহাৰ হয়)
a kind of tree; Acacia suma
- সমিধানsamidhānaNoun
মৌখিক বা কথাৰে দিয়া উত্তৰ
an oral answer or reply
- সমিপবৰ্তীxo.mi.po.bor.tiProper Adj.
অনতি পলমে নিশ্চিতভাৱে ঘটিবলগীয়া৷
ready to take place; hanging threateningly over one's head
- সমিল-মিলsamila-milaAdjective
মিলা-প্ৰীতি হোৰা; আকৌ মিল হোবা
reconciled; rapprochement
- সমিলমিলেৰেxo.mil.mi.le.reAdverb
কেইবাজনো ব্যক্তিৰ শ্ৰমৰ অৱদানেৰে কৰা
carried out by a number of people with contributed efforts
- সমীক্ষকxo.mi.khyokCommon Noun
কোনো বিষয় পৰ্যালোচনা কৰা বা ভালদৰে বিবেচনা কৰি চোৱা ব্যক্তি ৷
a person who reviews books, plays, etc, and discusses thoroughly.
- সমীক্ষণxo.mi.khyonAbstract Noun
কোনো কাৰ্য্যৰ সাক্ষ্য বিছাৰি বা সত্যাসত্য নিৰূপণ কৰাৰ বাবে পদ্ধতিগত ভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণ
the act of systematically doing a detailed or careful study or examination for evidence of an act and to ascertain facts
- সমীক্ষাsamīkṣāNoun
বিচাব; অন্বেষণ; সমালোচনা
observation; criticism
- সমীকৰণsamīkaraṇaNoun
কোনো নিৰূপিত ৰাশি লৈ তেনেকুবা কোনো আন ৰাশিৰ পৰিমাণ নিৰ্ণয় কৰা কাৰ্য্য (গণিত)
an equation (in arithmetic)
- সমীচিনxo.mi.sinProper Adj.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances
- সমীচীনsamīcīnaAdjective
যোগ্য; উপযুক্ত; সঙ্গত; যথাৰ্থ
fit; proper; suitable; right
- সমীপsamīpaNoun
ওচৰ; নিকট; . বিণ. সমীপবৰ্ত্তী, সমীপবৰ্তী ওচৰত থকা; ঠাইতে থকা।
nearness; proximity