← ফুৰি যাওক

সমীপ

samīpa

অৰ্থ

1.

ওচৰ; নিকট; . বিণ. সমীপবৰ্ত্তী, সমীপবৰ্তী ওচৰত থকা; ঠাইতে থকা।

nearness; proximity

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সমীপ · অসমীয়া অভিধান