কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খয়ৰkhaẏaraNoun
ৰং-বিশেষ।
- খৰkharaNoun
খেৰ
straw
- খৰ কৰ্Intransitive verb
লৰা-লৰি কৰ্
make haste
- খৰ খাই পৰ্
ভৰি ওপৰলৈ কৰি লুটি খাই পৰ্
to fall on the ground with the feet upwards
- খৰ খেদা কৰ্Intransitive verb
লৰা-লৰি কৰ্
to make haste
- খৰ গ্ৰহণীkhor gro.ho.niCommon Noun
তল পেট কামুৰি কামুৰি ঘনে ঘনে তেজ-সাঁও পৰা এবিধ ৰোগ ৷ এই বেমাৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়া, পৰজীৱি, বা প্ৰট’জৱাৰ দ্বাৰা সংক্ৰমণৰ ফলত হয় আৰু সঘণাই জ্বৰ হয় ৷
An inflammatory disorder of the lower intestinal tract, usually caused by a bacterial, parasitic, or protozoan infection and resulting in pain, fever, and severe diarrhea, often accompanied by the passage of blood and mucus.
- খৰ টান্khor tanVerb-Trans.
বহুদিন ধৰি বৰষুণ নোহোৱাকৈ থাক্
to be without rain; to be in a prolonged state of no rainfall
- খৰ টান্, খৰ মাৰ্Intransitive verb
বৰষুণৰ অভাব হ; বৰষুণ নিদিয়াকৈ থাক্
to be without rain (said of weather); to be droughty
- খৰ মাৰkhor marVerb-Intran.
এক অক্ষত দেহটো বগৰাই-বগৰাই ঘূৰাই থাক্।
to cause to revolve one's body by turning over and over on an axis.
- খৰ মাৰ্
ওপৰলৈ ভৰি তুলি বাগৰ মাৰ্
to cut a somersault
- খৰ-খেদাkhara-khedāNoun
লৰা-লৰি; খৰ-ধৰ; ততাতৈয়া; বেগা-বেগি
haste; hurry
- খৰ-গ্ৰহণীkhara-grahaṇīNoun
খৰ
dysentery
- খৰ-দূষণkhara-dūṣaṇaNoun
খৰ আৰু দূষণ; শূৰ্পনখাৰ সম্বন্ধীয়া ভাই-ককাই দুজন প্ৰসিদ্ধ ৰাক্ষস বীৰ
two Rākṣasa heroes
- খৰ-ধৰkhara-dharaNoun
খৰ-খেদা, লৰা-লৰি; বেগা-বেগি
haste; hurry
- খৰ-পাতNoun
জলকীয়াৰ পাতৰ নিচিনা পাতেৰে এবিধ ক্ষুদ্ৰ গছ [তাৰ পাত ঘঁহিলে খৰ ভাল হয়]
a kind of medical plant
- খৰ-পোচkhara-pocaAdjective
শীঘ্ৰে কাম কৰিব পৰা; খৰ্তকীয়া
prompt in doing
- খৰ-বাগৰkhara-bāgaraNoun
ওপৰলৈ ভৰি কৰি মৰা লুটি বা বাগৰ
a somersault
- খৰ-বাগৰ দেkhor-ba.gor deVerb-Intran.
এক অক্ষত দেহটো বগৰাই-বগৰাই ঘূৰাই থাক্।
to cause to revolve one's body by turning over and over on an axis.
- খৰ-বাগৰ মাৰ্khor ba.gor marVerb-Intran.
এক অক্ষত দেহটো বগৰাই-বগৰাই ঘূৰাই থাক্।
to cause to revolve one's body by turning over and over on an axis.
- খৰ-লুটিkhor-.lu.tiVerbal Noun
লুটি-বাগৰ মৰা কাৰ্য্য
The act of revolving by turning oneself over and over