কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমালোচনীxo.ma.lo`.so.niVerbal Adj.
সমালোচনাৰ বা সমালোচকৰ, বা তাৰ সৈতে জড়িত
of or pertaining to critics or criticism
- সমালোচিতxo.ma.lo`.si.toVerbal Adj.
disapproved by pointing out faults or shortcomings
- সমাশোধনxo.ma.xo`.dhonVerbal Noun
এখন ঠাইৰ সকলো বেংকৰ প্ৰতিনিধি লগ হৈ চেক্ সমূহ আদান প্ৰদান কৰা কাৰ্য্য৷
The Process of exchange of cheques among different banks as in each banks cheques of other banks are also deposited, so, in order to clear the payment clearing is done.
- সমাসsamāsaNoun
ব্যাকৰণত দুই বা ততোধিক পদৰ মাজৰ বিভক্তি লোপ কৰি এক পদ কৰা কাৰ্য্য; . সমাস-চিন বি. সমাস বা দুই পদ সংযুক্ত কৰাত শব্দ দুটাৰ মাজত দিয়া "-" চিন
a grammatical mode of forming compound word ; a hyphen between-two words compounded
- সমাসন্নProper Adj.
অনতি পলমে নিশ্চিতভাৱে ঘটিবলগীয়া৷
ready to take place; hanging threateningly over one's head
- সমাসোক্তিAbstract Noun
অপ্ৰাসংগিক বিষয়ৰ গুণ বা ধৰ্ম প্ৰাসংগিক বিষয়ত আৰোপ কৰা অৰ্থালংকাৰ
a rhetoric device in which the quality of one thing is transferred to another
- সমাহতx.ma.ho.toProper Adj.
দেহৰ কোনো অংশ কটা বা শাৰীৰিক ভাৱে ঘূণ হোৱা
effected by a cut or physical damage
- সমাহাৰsamāhāraNoun; Adjective
চুম্বক; সংক্ষেপ; ; ব্যাকৰণৰ সমাস-বিশেষ; যেনে-"সমাহাৰ দ্বন্দ সমাস"
abridged ; abbreviated
- সমাহিতsamāhitaAdjective
একাগ্ৰ; যেনে-"সমাহিত চিত্তে"।
- সমাহৰণxo.ma.ho.ronAbstract Noun
এটা বস্তুৰ একেলগে সকলো অংশ, যাতে প্ৰতিটো অংশ কেৱল বস্তুটোৰ সৈতে তাৰ সম্পৰ্কৰ বাবেহে বিবেচনা কৰা হয় ৷
all the parts of a thing taken together, so that each part is considered only in relation to the whole
- সমাহৰ্ত্তাxo.ma.hor.taCommon Noun
কৰ-কাটল আদি সংগ্ৰহ কৰিবলৈ নিযুক্ত চৰকাৰী ব্যক্তি৷
A person employed to collect debts, duties, taxes etc.
- সমাৰsamāraNoun
কঢ়োবাৰ পিছৰবাৰ হাল বোবা; দ্বিতীয়বাৰ বোবা হাল; . সমাৰ্, সমাৰ বা দ্বিতীয়বাৰ মাটিত হাল বা
the second ploughing ; to plough a second time
- সমাৰ মাৰ্, সমাৰ মৈয়া সকলোsamāra, mār, samāra, maiẏā, sakalo
সমান কৰ; একেকঠী কৰ; ভাল-বেয়া, চুবা-ধুতি মিহলি কৰ্
to mix up; to confuse
- সমাৰম্ভsamārambhaNoun
আৰম্ভ; অনুষ্ঠান; সমাৰোহ।
- সমাৰূপাত্মকProper Adj.
আন কিহবাৰে সৈতে কিবা মিল থকা, তুলনা কৰিব পৰা
similar in some way to another thing, compara
- সমাৰোপণxo.ma.ro.ponAbstract Noun
সংসক্ত উৎসৰ পৰা নিৰ্গত একে কম্পনাংকৰ দুটা বা তাতোধিক তৰংগৰ পৰস্পৰ বিক্ৰিয়া| কোনো বিন্দুত এটাৰ তৰংগশীৰ্ষ (বা খাদ)আনটোৰ তৰংগশীৰ্ষৰ (বা খাদৰ)ওপৰত পৰিলে বিস্তাৰ বৃদ্ধি হয়; এটা তৰংগশীৰ্ষ আনটোৰ তৰংগখাদৰ ওপৰত পৰিলে বিস্তাৰ হ্ৰাস পায়|
The process in which two or more light, sound, or electromagnetic waves of the same frequency combine to reinforce or cancel each other, the amplitude of the resulting wave being equal to the sum of the amplitudes of the combining waves.
- সমাৰোহsamārohaNoun
জাক-জমক; আড়ম্বৰ; উৎসব; ধূম-ধাম
pomp; grandeur; show; eclat
- সমাৰোহেৰেxo.ma.ro`.he.reAdverb
মহা আড়ম্বৰেৰে বা অতি উলহ-মালহেৰে
characterized by ceremonial pomp or splendour
- সমাৰ্জনীsamārjanīNoun
শোটা; বাঢ়নী।
- সমাৰ্জ্জনীsamārjjanīNoun
শোটা; বাঢ়নী।