← ফুৰি যাওক

সমাৰোপণ

xo.ma.ro.pon

অৰ্থ

1.

সংসক্ত উৎসৰ পৰা নিৰ্গত একে কম্পনাংকৰ দুটা বা তাতোধিক তৰংগৰ পৰস্পৰ বিক্ৰিয়া| কোনো বিন্দুত এটাৰ তৰংগশীৰ্ষ (বা খাদ)আনটোৰ তৰংগশীৰ্ষৰ (বা খাদৰ)ওপৰত পৰিলে বিস্তাৰ বৃদ্ধি হয়; এটা তৰংগশীৰ্ষ আনটোৰ তৰংগখাদৰ ওপৰত পৰিলে বিস্তাৰ হ্ৰাস পায়|

The process in which two or more light, sound, or electromagnetic waves of the same frequency combine to reinforce or cancel each other, the amplitude of the resulting wave being equal to the sum of the amplitudes of the combining waves.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ