কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিকিমProper Noun
ভাৰতৰ হিমালয় অঞ্চলৰ এখন ৰাজ্য৷ নেপালৰ পূবত৷
A Himalayan state in India. Eastern border of Nepal.
- চিকিমিকিcikimikiNoun
বিজুলী; বিদ্যুৎ
lightning
- চিকিমিকি কৰ্
জিলিক্
to glitter
- চিকিৎসকcikitsakaNoun
বৈদ্য; বেজ; ৰোগ ভাল কৰোঁতা
a physician
- চিকিৎসাcikitsāNoun
ৰোগৰ প্ৰতিকাৰ কৰা কাৰ্য্য; ৰোগ ভাল কৰা কাৰ্য্য; ৰোগীক ঔষধ আদি দিয়া কাৰ্য্য
medical treatment
- চিকিৎসা কৰ্Verb-Trans.
কোনো লোকৰ সৈতে এক বিশেষ ধৰণে ব্যৱহাৰ কৰ্ (বিশেষকৈ ৰোগীক ঔষধ আদিৰ দিহা দে)
to act or behave toward (a person) in some specified way (particularly medical care of a patient)
- চিকিৎসা বিজ্ঞানsi.kit.sa bi.gyanAbstract Noun
অসুখ ধৰা পেলোৱা, ভাল কৰা আৰু প্ৰতিৰোধ কৰা বিজ্ঞান৷
the science or practice of the diagnosis, treatment, and prevention of disease (in technical use often taken to exclude surgery).
- চিকিৎসা-কেন্দ্ৰsi.kit.sa-ken.droMaterial Noun
এক বিশেষ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা চিকিৎসা-প্ৰতিষ্ঠান, কোনো চিকিৎসা প্ৰতিষ্ঠান য’ত ৰোগীৰ পৰিচৰ্য্যা আৰু পৰ্যবেক্ষণৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক শিক্ষা দিয়া হয়৷
a small medical establishment, or a session of a school or class, in which medicine or surgery is taught by the examination and treatment of patients.
- চিকিৎসালয়si.kit.sa.loyMaterial Noun
চিকিত্সা সেৱা আগবঢ়োৱা এক প্ৰতিষ্ঠান।
an establishent where medical treatment is provided.
- চিকুটsi.kutVerbal Noun
দুটা আঙুলিৰ নখেৰে চেপি দুখ দিয়া কাৰ্য্য৷
the act of squeezing the skin with the tips of the fingers
- চিকুট্si.kutVerb-Trans.
দুটা আঙুলিৰ নখেৰে চেপি দুখ দে
to squeeze with the finger nails
- চিকুণcikuṇaAdjective
মিহি আৰু সুন্দৰ, উত্তম
fine; smooth and excellent
- চিকুণ কৰ্si.kun korVerb-Trans.
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
to remove dirt or impurities
- চিকুণাsi.ku.naVerb-Trans.
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
to remove dirt or impurities
- চিকুনগুনিয়াsi.kun.gu.ni.yaAbstract Noun
ভাইৰাচৰ পৰা হোৱা ৰোগ বিশেষ৷ ই মহৰ দ্বাৰা বিয়পে৷
A viral disease transmitted to humans by infected mosquitoes. It causes fever and severe joint pain. Other symptoms include muscle pain, headache, nausea, fatigue and rash.
- চিকুৰcikuraNoun
চুলি; যেনে-"চঞ্চৰ চিকুৰ; মাথে ময়ুৰৰ; পুছ পৰিধান ভালা" (বৰগীত)।
- চিকেহিcikehiNoun
জিকাৰ; ভয়ত গা কঁপি উঠা
a start; a sudden involuntary motion of the body due to cold, fear or pain
- চিকোটcikoṭaTransitive verb
দুই নখেৰে চেপি দুখ দি
to pinch
- চিকোট মাৰ্Transitive verb
চিকোট।
- চিকোট্si.ko`tVerb-Trans.
দুটা আঙুলিৰ নখেৰে চেপি দুখ দে
to squeeze with the finger nails