← ফুৰি যাওক

চিকোট

cikoṭa

অৰ্থ

1.

দুই নখেৰে চেপি দুখ দি

to pinch

সক. ধা.

2.

কঁচ্; নিছিগাকৈ ঘনাই আঁক দি কাট্; যেনে-"মাগুৰ মাছক চি কুটিয়া। হালধি মৰিচ হিঙ্গক দিয়া" (ডাক-চৰিত্ৰ)।

সক. ধা.

3.

দুই নখৰ চেপা; . কুদ

to pinch

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চিকোট · অসমীয়া অভিধান