কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খ্ৰীষ্টপূৰ্ব্বাদ
খ্ৰীষ্টৰ জন্মৰপৰা হিছাপ কৰা পূৰ্ব্বৰ অব্দ
a year before the birth of Christ; B.C.
- খ্ৰীষ্টমাছkhrist.masAbstract Noun
যিশুখ্ৰীষ্টৰ জন্মদিন ৷ ডিচেম্বৰ মাহৰ ২৫ তাৰিখে অনুষ্ঠিত কৰা খ্ৰীষ্টান ধৰ্মৰ প্ৰবিত্ৰ দিন ৷
the annual festival of the Christian church commemorating the birth of Jesus: celebrated on December 25 and now generally observed as a legal holiday and an occasion for exchanging gifts.
- খ্ৰীষ্টানkhris.tanProper Adj.
যীশু খ্ৰীষ্টৰ দ্বাৰা প্ৰৱৰ্ত্তিত ধৰ্মত বিশ্বাসী বা সেই ধৰ্ম মানি চলা
Believing on or following the religion of Christ
- খ্ৰীষ্টাব্দkhris.tab.doAbstract Noun
যীশুখ্ৰীষ্টৰ জন্মৰপৰা গণনা কৰা বছৰসংখ্যা ।
The Year which was counted from the birth of Jesus Christ.
- খ্ৰীষ্টীয়
খ্ৰীষ্ট বা খ্ৰীষ্টাব্দ-সম্পৰ্কীয়।
- খড়িkhaṛiNoun
খড়িমাটি; যেনে-"পণ্ডিতসকলে খড়িঃ ধৰি শুভ লগ্ন কৰিঃ শুভদিন চাই শুভক্ষণ" (মা. ক. কিষ্কিন্ধ্যাকাণ্ড)।
- খড়িমাটিkhaṛimāṭiNoun
পৰ্ব্বতীয়া ঠাইত স্বাভাবিকতে হোবা এবিধ বগা মাটি
chalk
- খড়ীমাটিkha.ri.ma.tiMaterial Noun
ব্লেকব’ৰ্ডত লিখিবলৈ ব্যৱহাৰ কৰা বগা মাটিৰ পদাৰ্থ
a soft, white, powdery limestone consisting chiefly of fossil shells of foraminifers which is often used for marking, as a blackboard crayon
- খড়্গkhaṛgaNoun
গঁড়ৰ শিঁ; খৰগ
the horn of a rhinoceros
- খড়্গ-চৰ্ম্মkhaṛga-carmmaNoun
তৰোবাল আৰু ঢাল; গঁড়ৰ ছালৰ ঢাল
sword and shield
- খড়্গধাৰীkhaṛgadhārīNoun
দা বা তৰোবাল ধৰোঁতা; দা-ধৰা; তৰোবালেৰে যুদ্ধ কৰোঁতা
one carrying a sword; a swordsman
- খড়্গধৰkhaṛgadharaNoun
দা বা তৰোবাল ধৰোঁতা; দা-ধৰা; তৰোবালেৰে যুদ্ধ কৰোঁতা
one carrying a sword; a swordsman
- খড়্গপাণিkhaṛgapāṇiAdjective
হাতত তৰোবাল থকা
one with sword in hand
- খড়্গপ্ৰহাৰkhaṛgaprahāraNoun
খড়্গাঘাত।
- খড়্গাঘাতkhaṛgāghātaNoun
তৰোবালৰ আঘাত
a sword cut
- খড়্গাধাৰkhaṛgādhāraNoun
তৰোবালৰ খাপ
a sheath for the sword
- খড়্গীkhaṛgīNoun
খড়্গধাৰী
swordsman
- খয়khaẏaNoun
ক্ষয়।
- খয়ঙ্কৰkhaẏaṅkaraAdjective
ধ্বংসকাৰী
causing destruction
- খয়েৰkhaẏeraNoun
ৰং-বিশেষ।