← ফুৰি যাওক

খড়্গ

khaṛga

অৰ্থ

1.

গঁড়ৰ শিঁ; খৰগ

the horn of a rhinoceros

বি.

2.

তৰোবাল; ডাঙৰ-দীঘল দা

a sword; a large cutting instrument

বি.

3.

গঁড়ৰ শিং; খড়্গ

the horn of a rhinoceros

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খড়্গ · অসমীয়া অভিধান