কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তত্মত
চেতনা
consciousness
- তত্ৰাচtatrāca
"তথাচ" চোবাঁ।
- তত্ৰাপিtatrāpi
"তথাচ" চোবাঁ।
- তত্Abstract Noun
শৰীৰৰ যিকোনো এক গুণ (দৰ্শন, শ্ৰৱণ, ঘ্ৰাণ, স্বাদ বা স্পৰ্শ), যাৰ দ্বাৰা ইন্দ্ৰিয় জাগৃত হয়।
any of bodily faculties (of sight, hearing, smell, taste, touch)by which sensation is roused.
- তত্পৰtot.porProper Adj.
কাম-বন কৰি বা কোনো কাৰ্য্যত অংশ লৈ থকা ধৰণৰ।
Characterized by energetic work, participation, etc.
- তত্পৰতাtot.po.ro.taAbstract Noun
পূৰ্ণ সজাগতা আৰু মনোযোগিতা
full awareness and attention
- তত্সত্ত্বেওtot.sot.teo`Conjuction
কোনো কথাৰ ওপৰত নিৰ্ভৰ নকৰি
Regardless of the fact that
- ততৰtataraNoun
জগৰ; লেঠা; সঙ্কট
trouble; a scrape
- ততৰ মাৰ্
অভাব পূৰণ কৰ্; সঙ্কটত উদ্ধাৰ কৰ্; জোৰা মাৰ্; তাবৰ মাৰ্
to give some relief; to save from a difficulty
- ততৰা পৰাProper Adj.
ৰস বা পানী নথকা
Not having moisture or water
- ততৰিয়াto.to.ri.yaProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- ততৰীয়াAdjective
অভাবগ্ৰস্ত; দায়গ্ৰস্ত
straitened; troubled
- তথাtathāIndeclinable
তেনে; সেই নিচিনা; সেইৰূপ
like that
- তথা-কথিতtathā-kathitaAdjective
সেই নামেৰে উক্ত বা প্ৰচলিত
so- called
- তথাকথিতto.tha.ko.thitProper Adj.
সাধাৰণ ভাৱে প্ৰচলিত ৷
a name given or claimed, often without true credibility for such name
- তথাগতtathāgataNoun
বুদ্ধদেব
the Buddha
- তথাচtathācaIndeclinable
তেও; তেনে হওঁতেও
still; in spite of that; yet
- তথাপিtathāpiIndeclinable
তেও; তেনে হওঁতেও
still; in spite of that; yet
- তথাপিওto.tha.piuAdposition
অসুবিধা বা বাধা স্বত্তেও
done even after having a constrain.
- তথাপিতোto.tha.pi.to`Adposition
অসুবিধা বা বাধা স্বত্তেও
done even after having a constrain.