← ফুৰি যাওক

ততৰ মাৰ্

অৰ্থ

1.

অভাব পূৰণ কৰ্; সঙ্কটত উদ্ধাৰ কৰ্; জোৰা মাৰ্; তাবৰ মাৰ্

to give some relief; to save from a difficulty

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ততৰ মাৰ্ · অসমীয়া অভিধান