কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘনে-পতিAdverb
ঘনে ঘনে।
- ঘনে-পাকেAdverb
ঘনে ঘনে।
- ঘনেপতিgho.ne.po.tiAdverb
কম সময়ৰ ভিতৰত বাৰে বাৰে হৈ বা ঘটি
occurring repeatedly in a short span of time
- ঘনৰসghon.roxMaterial Noun
মেঘৰ পৰা পানীৰ টোপালবোৰ |
Water falling in drops/droplets from vapour condensed in the atmosphere (cloud).
- ঘপAbstract Noun
দাৰে কোব মৰাৰ নিচিনা শব্দ
an imitative sound used to express that of striking with a broadsword.
- ঘপকৈghop.koiAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ঘপহ কৈgho.poh koiAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ঘপহ কৰেgho.poh ko.reAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- ঘপহাইAdverb
অকস্মাত ্; ঘপ্ কৰে; ততালিকে; বেগতে
suddenly; immediately; quickly
- ঘপহ্ghapahNoun
দা-কুঠাৰেৰে কোব মাৰোঁতে উঠাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by the stroke of a cutting instrument like hoe or axe
- ঘপিয়াghapiẏāTransitive verb
কুঠাৰ বা দাৰে ঘৈয়া; কুৰিয়া; ঘা মাৰ্
to strike with a cutting instrument; to wound
- ঘপ্ কৰেghop ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ঘপ্ কৰে, ঘপহ্ কৰেghap, kare, ghapah, kareAdverb
ঘপৰাই।
- ঘপৰাইAdverb
অকস্মাত ্; ঘপ্ কৰে; ততালিকে; বেগতে
suddenly; immediately; quickly
- ঘপৰ্ghaparNoun
দা-কুঠাৰেৰে কোব মাৰোঁতে উঠাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by the stroke of a cutting instrument like hoe or axe
- ঘব কৰ্
স্বামী- ভাৰ্য্যা-স্বৰূপে একে ঘৰত থাক্; সহবাস কৰ্
to live as husband and wife
- ঘমঘণ্টghamaghaṇṭaNoun
গোলমাল; হুসস্হূল
confusion; disturbance
- ঘমাTransitive verb
ঘাম উলিয়া; ঘাম জন্মা; ঘামিবলৈ দি
to cause to porspire
- ঘলাghalāNoun
এবিধ মাটিৰ পাত্ৰ
an earthern mug
- ঘলো-মলোghalo-maloNoun
বন-বাৰী নকৰা অবস্হা; কাম নকৰি গা ঘেলাই ফুৰা; যেনে-"সি ঘলো-মলো কৰি ফুৰিছে।"