← ফুৰি যাওক

ঘলো-মলো

ghalo-malo

অৰ্থ

1.

বন-বাৰী নকৰা অবস্হা; কাম নকৰি গা ঘেলাই ফুৰা; যেনে-"সি ঘলো-মলো কৰি ফুৰিছে।"

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘলো-মলো · অসমীয়া অভিধান