কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আঁতৰে-আঁতৰেAdverb
পৱথক; বেলেগে; নিলগে
separately
- আঁতৰ্Intransitive verb
দূৰ হ; দূৰলৈ যা; নিলগলৈ যা
be off; to be separated
- আঁপুতām̐putaAdjective
অপুত্ত্ৰক
one having no son
- আঁবām̐baNoun
ভাঁজ; বেঁকা গুণ; পোন নোহোবা গুণ
a slight bend or crook
- আঁবৰām̐baraNoun
মূৰ্চ্ছা যোবা ৰোগ
a falling sickness; epilepsy
- আঁবৰিām̐bariNoun
মূৰ্চ্ছা যোবা ৰোগ
a falling sickness; epilepsy
- আঁবৰীয়াAdjective
আবৰ ৰোগ থকা; মুছ-কছ যোবা বা মূৰ্চ্ছা যোবা ৰোগে ধৰা
suffering from epilepsy; epileptic
- আঁস্ām̐sNoun
আঁহ; যেনে-"কেঁচা তামোলৰ ডৰীয়া এডাবি; পকা তামোলৰ আঁস" (ফুল-কোঁবৰ)
fibre
- আঁহām̐haNoun
মঙহ বা গছৰ ছাল বা ফল আদিৰ ভিতৰত থকা অতি মিহি সূতাৰ নিচিনা বস্ত্ত
fibre
- আঁহ ফাল্Intransitive verb
মিল ভাঙি অমিল কৰ্; যেনে সি আঁহ ফালি কথা কয়
to create disunion
- আঁহ-কোমলAdjective
কোমল শাৰীৰিক গঠনৰ
of tender body
- আঁহ-পাহNoun
শৰীৰৰ সিৰ আৰু তাৰ জোৰা বা গাঁঠি; যেনে,-তবেছি খোজ কাঢ়িলে শৰীৰৰ আঁহ- পাহ মুকলি হয়
nerves and muscles
- আঁহ-ফলাAdjective
অমিল ভাব জন্মোবা; যেনে-আঁহ-ফলা কথা
creating disunion
- আঁহজাতীয়Proper Adj.
আঁহৰ দৰে, আঁহ থকা বা আঁহেৰে তৈয়াৰী|
Of or like fibre or made of fibre.
- আঁহতām̐hataNoun
এবিধ অতি ডাঙৰ গছ
the peepul; ficus religiosa
- আঁহত গছa~.hot gosProper Noun
হিন্দু জাতিৰ বাবে এবিধ পৱিত্ৰ গছ| বিশাল আকৃ্তি আৰু পৰিসৰৰ বাবে এই গছবিধ বিশেষভাৱে পৰিচিত| বৌদ্ধধৰ্মীসকলেও আঁহত গছক পৱিত্ৰ গছ বুলি কয়|
Fig tree of India noted for great size and longevity; lacks the prop roots of the banyan; regarded as sacred by Buddhists and Hindus.
- আঁহযুক্তa~h.juk.toProper Adj.
আঁহৰ দৰে, আঁহ থকা বা আঁহেৰে তৈয়াৰী|
Of or like fibre or made of fibre.
- আঁহীয়াām̐hīẏāAdjective
কেঁচা মাছ-মঙহৰ দৰে গোন্ধোবা; কেঁচেমা-কেঁচেম
smelling like raw flesh or fish
- আঁৰām̐raNoun
যি কোনো এটা বস্ত্ত যি আন এটা বস্ত্ত নেদেখাকৈ ৰাখে
a screen that which hides anything
- আঁৰ কৰ্a~r korVerb-Trans.
দেখা বা আৱিষ্কাৰ হোৱাত বাধা দে ৷
to prevent from being seen or discovered