আঁব
ām̐ba
অৰ্থ
1.
ভাঁজ; বেঁকা গুণ; পোন নোহোবা গুণ
a slight bend or crook
বি.
2.
জেঙা; দোষ; যেনে হ'ব লাগে তেনে নোহোবা; বিগৰা; যেনে-কথাৰ বা বস্ত্তৰ আঁৰ
a flaw; a defect; a derangement
বি.
3.
মনত বেয়া পোবা; ৰোহ; ঠেঁহ; যেনে-তাইৰ অলপতে আঁৰ লাগে
displeasure
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ