কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিকণাTransitive verb
নিকা কৰ্; নিৰ্ম্মল কৰ্; পৰিষ্কাৰ কৰ্; অঁতা; . কৱদ
to clean; to clear
- চিকণাওঁতা; চিকণাতীAdjective
চিকণোবা।
- চিকমিকনিsik.mi.ko.niAbstract Noun
উজ্জ্বল পোহৰ হঠাতে জিলিকি উঠা।
The emition or reflection of strong light sparingly.
- চিকমিকাsik.mi.kaVerb-Intran.
কঁপি থকা যেন লগা পাতলীয়া পোহৰ দেখুওৱা৷
to shine with a soft light that seems to quiver.
- চিকমিকীয়াsik.mi.ki.yaProper Adj.
জিলিকি থকা
Shining and flashing with light.
- চিকাcikāNoun
এন্দুৰ জাতিৰ এবিধ দুৰ্গন্ধ জন্ত্ত
a musk-rat; sorea caerulescens
- চিকা-চন্দাcikā-candāNoun
চিক্চাক; একাচ-বিকাচ; শুচি-অশুচি বা ধুতি- বিধূতিৰ সূক্ষ্ম বিচাৰ; খোবা বস্ত্তৰ বৰকৈ বাচ-বিচাৰ
too much regard for ceremonial purity or cleanliness or uncleanliness; hate; fastidiousness in matters of food
- চিকা-ফুৰাcikā-phurāAdjective
চিকাই গৰকা বা ওপৰত উঠাৰ কাৰণে দুৰ্গন্ধ হোবা
rendered stinking by contact with musk-rat
- চিকা-মৰলীয়াcikā-maralīẏāNoun
মৰলীয়া জাতিৰ এবিধ বনৰীয়া আওকাঠী গছ
a kind of forest tree; Maralia begonia folia
- চিকাচন্দাsi.ka.son.daAbstract Noun
ভাল-বেয়াৰ বা শুচি-অশুচিৰ সূক্ষ্ম বিচাৰ ৷
Too much regard for what is pure and what is impure.
- চিকামড়লীcikāmaṛalīNoun
চিকা-নিগনি আদি খোবা আৰু গাত সৰু সৰু বগা ফোঁট্ থকা এবিধ সৰু সাপ
a small snake with round spots on its body which frequents human dwellings and feeds on mice, etc.
- চিকামৰলীcikāmaralīNoun
চিকা-নিগনি আদি খোবা আৰু গাত সৰু সৰু বগা ফোঁট্ থকা এবিধ সৰু সাপ
a small snake with round spots on its body which frequents human dwellings and feeds on mice, etc.
- চিকাৰcikāraNoun
মৱগয়া; খেদি জন্ত্ত মৰা বা ধৰা কাৰ্য্য
hunting
- চিকাৰ কৰ্
to hunt; to shoot
- চিকাৰীAdjective
চিকাৰ কৰা; চিকাৰত পাৰ্গত
hunting; skilled in hunting
- চিকাৰূপcikārūpaNoun
চিক্কাৰূপ।
- চিকি-চিকিsi.ki-si.kiProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- চিকিচিকিcikicikiAdverb
এচিকটা এচিকটাকৈ; একণ একণকৈ
pinch by pinch
- চিকিত্সা ছুটীAbstract Noun
নিজৰ কোনো অসুখৰ চিকিৎসাৰ নিমিত্তে লোৱা ছুটী
when a person or employee takes leave from his/her work during his/her medical treatment
- চিকিত্সাবিদsi.kit.sa.bidCommon Noun
যি ৰোগীক চিকিৎসা কৰিব পাৰে
a professional with expertize to treat a medical condition or desease