চিকা-ফুৰা
cikā-phurā
অৰ্থ
1.
চিকাই গৰকা বা ওপৰত উঠাৰ কাৰণে দুৰ্গন্ধ হোবা
rendered stinking by contact with musk-rat
বিণ.
2.
দুৰ্নাম পোবা; স্বভাবত চেকা লগা
having a spot on the character
বিণ.
3.
চুৰ কৰাৰ অবশিষ্ট
the remnant of stolen things
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ