কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চিAbstract Noun
ইংৰাজী বৰ্ণমালাৰ তৃতীয় আখৰ৷
The third letter of the English alphabet
- চি উ চিঁউ, চীঁচীঁci, u, cim̐u, cīm̐cīm̐
[অনুক. বি. কোনো কোনো চৰায়ে কৰাৰ নিচিনা টান, চোকা দীঘলীয়া শব্দ
an imitative word used to express the sharp shrill or long screaming of certain birds
- চি এন এনProper Noun
এটি আন্তঃজাৰ্তিক তাঁৰযুক্ত বাতৰি প্ৰতিস্থান৷
An international cable news network
- চি বি আইsi bi aiProper Noun
এটা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা ৷ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু হত্যা, সংঘৰ্ষ আদি বিষয়ৰ অতি স্পৰ্ষকাতৰ আৰু জটিল বিষবোৰৰ ক্ষেত্ৰত অনুসন্ধানৰ কাৰণে এই সংস্থাক দায়িত্ব দিয়া হয় ৷
An abbreviation for "Central Bureau of Investigation". CBI is India's premier investigating agency, responsible for a wide variety of criminal and national security matters. It was established on 1 April 1963.
- চিঁচাMaterial Noun
এখন মশৃণ সমতল য’ত পোহৰ প্ৰতিবিম্ব হয়৷
polished or smooth surface (as of glass) that forms images by reflection
- চিঁচিৰাcim̐cirāAdjective
চিঞা।
- চিঁয়াcim̐ẏāAdjective
শলিৰ নিচিনাকৈ সৰু আৰু দীঘল; চিঞা।
- চিংগাপুৰsing.ga.purProper Noun
দক্ষিণ পূব এচিয়াৰ এখন দ্বীপৰাষ্ট্ৰ৷
Singapore, officially the Republic of Singapore, is a sovereign city-state and island country in Southeast Asia. It lies off the southern tip of the Malay Peninsula and is 137 kilometres north of the equator
- চিংফৌsing.phouCommon Noun
অৰুণাচলৰ এটা জনগোষ্ঠি৷
An ethnic group of Arunachal Pradesh
- চিংফৌ নাঙলcimphau, nāṅalaNoun
এবিধ বাম মাটি চহোবা নাঙল [ইয়াৰ লোৰ ফালৰ আগটো একতীয়া আৰু ওপৰলৈ বেঁকা কৰা।]।
- চিংৰাsing.raMaterial Noun
আটা বা ময়দাৰ এক তিনিকোণীয়া খোলাৰ ভিতৰত ভজা পাচলি বা মঙহৰ টুকুৰা ভৰাই তেলত ভজা (কেতিয়াবা কেৱল সেকা)এবিধ ভাৰতীয় খাদ্য।
a fried (or baked), triangular Indian pastry containing fried vegetable or sometimes meat.
- চিউলsiulProper Noun
দক্ষিণ কোৰিয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ৷
is the capital and largest metropolis of South Korea, forming the heart of the Seoul Capital Area,
- চিকcikaNoun
কৰঙণৰ যোৰাৰ চকু
the groin
- চিকচাকsik.sakAbstract Noun
ভাল-বেয়াৰ বা শুচি-অশুচিৰ সূক্ষ্ম বিচাৰ ৷
Too much regard for what is pure and what is impure.
- চিকচিকিয়াsik.si.ki.yaProper Adj.
having a shiny or lustrous surface
- চিকচিকীয়াProper Adj.
having a shiny or lustrous surface
- চিকটাcikaṭāAdjective
বেগাই নিছিগা; লিকটা
tough; tenacious
- চিকটামিsi.ko.ta.miAbstract Noun
অৰ্থ খৰচ কৰিবলৈ টান পোৱা
the character of a person who lives in wretched circumstances in order to save and hoard money;
- চিকণcikaṇaAdjective
মিহি আৰু সুন্দৰ, উত্তম
fine; smooth and excellent
- চিকণকৈAdverb
উত্তমৰূপে; ভালকৈ; সুন্দৰৰূপে
nicely