← ফুৰি যাওক

চিকটা

cikaṭā

অৰ্থ

1.

বেগাই নিছিগা; লিকটা

tough; tenacious

বিণ.

2.

কৱপণ

niggardly

বিণ.

3.

নখেৰে চিকুট মাৰি আনিব পৰা পৰিমাণ

a very small portion; a particle

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ