কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপৰোধu.po.ro`dhAbstract Noun
কোনো কাৰ্য্য কৰাৰ বাবে বা কিবা দিয়াৰ বাবে কৰা অনুৰোধ, বিশেষকৈ সৌজন্যতা বা সহায় হিচাপে
the act of asking for something to be given or done, esp. as a favor or courtesy; solicitation or petition
- উপৰ্যুক্তuparyuktaAdjective
ওপৰত কোবা
mentioned above
- উপৰ্যুপৰিuparyupariIndeclinable
ক্ৰমান্বয়ে এটাৰ পিছত আনটোকৈ; ওপৰা-উপৰিকৈ।
- উপৰ্য্যুক্তuparyyuktaAdjective
ওপৰত কোবা
mentioned above
- উপৰ্য্যুপৰিuparyyupariIndeclinable
ক্ৰমান্বয়ে এটাৰ পিছত আনটোকৈ; ওপৰা-উপৰিকৈ।
- উপৱিষ্টu.po.bis.toProper Adj.
কিহবাৰ ওপৰত বহি থকা
caused to sit down on something
- উপৱীতu.po.bi.toMaterial Noun
বামুন আদি হিন্দুৰ উচ্চ তিনি জাতিৰ মানুহে ঘাগৰিগতীয়াকৈ পিন্ধা নগুণীয়া সূতা ৷
the sacred thread worn by the three first classes Hindus
- উপৱেশu.po.bexMaterial Noun
বহাৰ উপযুক্ত বা বহিব পৰা ঠাই
a place where one can sit
- উপৱেশনAbstract Noun
অধিকাৰ কৰি বাস কৰণ
rightfully occupy a space
- উপৱেশন কৰu.po.we.xon korVerb-Intran.
কোনো চকি, মুঢ়া আদিত অৱস্থান ল
To station oneself in a seat or a sofa or chair
- উফল্uphalIntransitive verb
বাঢ়্; উখহ্; যেনে-"পেট উফলিছে"
to swell
- উফাu.phaVerb-Trans.
সিজি ডাঙৰ হৈ ওফন্দি পৰ্
to increase in volume due to boiling
- উফা-uphā-Intransitive verb
সিজি ডাঙৰ হৈ অধিক হ; ওফন্দ্; বাঢ়্
to increase in volume (as boiled rice); swell
- উফাইডাংuphāiḍāmNoun
ডাঙ্কোপ।
- উফাইডাং মাৰ্. ওফাইডাং মাৰ্Verb
ডাঙ্কোপ মাৰ্।
- উফিuphiNoun
মূৰৰ মাখি-ছাল ছিগি চোকোৰাবোৰ উফৰি বা এৰাই যোবা এবিধ খজুবতি ৰোগ
dandruff
- উফৰি পৰ্u.pho.ri porVerb-Trans.
ঠেকা বা খুন্দা খাই আঁতৰত পৰ
to fall off at a distance after hitting something
- উফৰি যাVerb-Trans.
ঠেকা বা খুন্দা খাই আঁতৰত পৰ
to fall off at a distance after hitting something
- উবগubagaNoun
বুকুৰে চুঁচৰি ফুৰা জন্ত্ত, ঘাইকে সাপ
a reptile, expecially a snake
- উবদ্ধu.bod.dhoMaterial Noun
মানুহ বা অন্য প্ৰানীয়ে হজম কৰি অতিৰিক্ত ত্যাগ কৰা অংশ।
The solid waste matter discharged from the body.