← ফুৰি যাওক

উফি

uphi

অৰ্থ

1.

মূৰৰ মাখি-ছাল ছিগি চোকোৰাবোৰ উফৰি বা এৰাই যোবা এবিধ খজুবতি ৰোগ

dandruff

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উফি · অসমীয়া অভিধান