কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দুগ্ধপোষ্যdug.dho.po`.syoCommon Noun
কম বয়সীয়া মানুহ বা কোনো জন্তু
A very young person or animal.
- দুগ্ধশালাdugdhaśālāNoun
গাখীৰ যোগান ধৰা দোকান
dairy
- দুগ্ধসৰণিdug.dho.xo.ro.niCommon Noun
আমাৰ সৌৰজগৎ থকা তাৰকাৰাজ্যখন৷
The galaxy containing the solar system
- দুগ্ধৱতীdug.dho.wo.tiCommon Noun
প্ৰধানকৈ গাখীৰৰ বাবে পোহা মাইকী গৰু।
the female of cow, a two horned domestic animal domesticated primarily for milk.
- দুচমনducamanaNoun
শত্ৰু
an enemy
- দুচেওdu.seoVerbal Adj.
যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে
which has been made into pieces by any sharp weapon
- দুছমনduchamanaNoun
শত্ৰু
an enemy
- দুজপীয়াdujapīẏāAdjective
দুই তৰপ বা জাপ থকা; দুতৰপীয়া
consisting of two layers or folds
- দুজাdujāNoun
দ্বিতীয় জন বা বস্ত্ত; যেনে-"কলিত হৰিৰ কীৰ্ত্তন বিনাই আবৰ নাহিকে দুজা" (নামঘোষা)।
- দুটাdu.taProper Adj.
১-ৰ লগত ১ যোগ কৰি পোৱা গোটা সংখ্যাটো
a cardinal number, 1 plus 1.
- দুটাই-টাইtu.tai-taiAbstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- দুটামানduṭāmānaNoun
দুটাৰ পৰিমাণ; দুটা বা তাতকৈ অলপ অধিক; গোটাদিয়েক; অলপমান
a few
- দুটীয়াduṭīẏāAdjective
দুটা থকা; যোৰ পাতি থকা
consisting of two; existing in pair
- দুটীয়া-মোৰduṭīẏā-moraNoun
তাঁত বা কাঠী-কামী বোবাৰ এটা নিয়ম
a particular mode of weaving or braiding
- দুটুকুৰাdu.tu.kuraVerbal Adj.
যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে
which has been made into pieces by any sharp weapon
- দুঠেঙীয়াdu.the.ngi.yaProper Adj.
দুই ভৰিযুক্ত ৷
having two feet.
- দুঠেঙ্গীয়াdu.theng.gi.yaProper Adj.
দুই ভৰিযুক্ত ৷
having two feet.
- দুডলীয়াduḍalīẏāAdjective
দুডাল গুণ থকা
having two strands, as a rope
- দুণিduṇiNoun
বিয়াত পানী তুলিবলৈ যাওঁতে আৰৈ চাউল আৰু তামোল-পাণ ভৰাই তাত এটা চাকি লগাই লৈ যোবা কাঠী, মাটি বা পিতলৰ এটা দোণ বা খৰাহিক নিচিনা সঁজুলি
a small basket containing rice, betelnuts and a lighted lamp carried while in a procession going to fetch water at a marriage
- দুণীয়াduṇīẏāAdjective
এদোণ বা দহ কঠা ধৰা
holding one don or about five seers