← ফুৰি যাওক

দুডলীয়া

duḍalīẏā

অৰ্থ

1.

দুডাল গুণ থকা

having two strands, as a rope

বিণ.

2.

দুডাল যোৰ পাতি থকা; যেনে-"দুডলীয়া গছ"

consisting of two long solid things

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দুডলীয়া · অসমীয়া অভিধান