কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাৰুদত্তsa.ru.dot.toProper Noun
পৌৰাণিক সংস্কৃত নাটক৷ লেখক ভাস৷ তেওঁ তেৰখন নাটক ৰচনা কৰিছিল৷
A Sanskrit play in six acts written by the ancient Indian poet Bhasa. It is probably one of the best known of Bhasa`s works.
- চাৰুদৰ্শনsa.ru.dor.xonProper Adj.
দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।
good looking or attractive (refers to a man).
- চাৰুলিcāruliNoun
খুতৰা শাক
a pot herb
- চাৰে-cāre-
সংখ্যাবাচক শব্দ; এক আধাই সৈতে।
- চাৰে-ঘাৰেcāre-ghāreAdverb
লাভ-হানি দুইকো ধৰি; লোকচান বাদ দি; যেনে -"চাৰে-ঘাৰে দহ টকা লাভ হ'ল"
making allowance for loss; nett
- চাৰেংদাৰcārendāraNoun
এবিধ বেহেলাৰ নিচিনা গুণা লগোবা বাদ্য-যন্ত্ৰ
a stringed musical instrument like the fiddle
- চাৰেকcārekaAdjective
চেৰেক; চাৰিওকৈ অলপ কম বা বেছি; চাৰিটামান; অনিশ্চিত সংখ্যাৰ কিছু
little less or more than four in number; a few; some
- চাৰ্কাচsar.kasProper Noun
প্ৰশিক্ষণপ্ৰাপ্ত জীৱজন্তুকলৈ ৰাজহুৱাভাবে ব্যায়াম কৌশল প্ৰদৰ্শন কৰা মনোৰঞ্জনধৰ্মী অনুষ্ঠান ৷
A public entertainment consisting typically of a variety of performances by acrobats, clowns, and trained animals.
- চাৰ্টsartMaterial Noun
শৰীৰৰ ওপৰৰ অংশত সাধাৰণতে মতা মানুহে পিন্ধা এবিধ পোছাক।
A garment worn on upper half of the body.
- চাৰ্বাকcārbākaNoun
তৰ্কেৰে ঈশ্বৰ নাই বুলি নিশ্চয় কৰা মানুহ; জড়বাদী
a sceptic
- চাৰ্বাক দৰ্শনsar.bak dor.xonAbstract Noun
পৌৰাণিক ভাৰতীয় দৰ্শনৰ ধাৰা এটা৷ বেদ, বেদৰ লৌকিকতা, অবাস্তবতাৰ বিপৰীতে চাক্ষুষ প্ৰমান, অভিজ্ঞতাবাদৰ ভিত্তিত গঢ় লোৱা দৰ্শন৷
An ancient school of Indian materialism. Charvaka holds direct perception, empiricism, and conditional inference as proper sources of knowledge, embraces philosophical skepticism and rejects Vedas, Vedic ritualism and supernaturalism.
- চাৰ্বাক মুনিsar.bak mu.niProper Noun
বৃহস্পতি(চাৰ্বাক,চাৰ্বাক মুনি) নামৰ খ্ৰী পূ ৬ষ্ঠ শতিকাৰ চিন্তাবিদজন চাৰ্বাক দৰ্শনৰ প্ৰৱক্তা৷ ঈশ্বৰ আৰু বেদ অস্কীকাৰ কৰা দৰ্শন। যিকোনো বস্তুৰ অস্তিত্ব সম্পৰ্কে প্ৰামাণ্য তথ্য বিছাৰি প্ৰশ্ন কৰা লোক।
The Charvaka(Brihaspati) school was a philosophical movement in India that rejected the traditional religious order by challenging the authority of the Vedas as well as the hegemony the Brahman priests. The Charvaka school started to develop around the 7th century BCE, during the time when the culture of world renunciation emerged in India.
- চাৰ্ব্বাকcārbbākaNoun
তৰ্কেৰে ঈশ্বৰ নাই বুলি নিশ্চয় কৰা মানুহ; জড়বাদী
a sceptic
- চাৰ্ভাৰsar.bharMaterial Noun
নেটৱৰ্কৰ দ্বাৰা বহুতো কম্পিউটাৰ সংলগ্ন কৰি যিকোনো সেৱা প্ৰদান কৰিব পৰাকৈ তৈয়াৰ কৰা এটা বিশেষ কম্পিউটাৰ৷
A computer which provides some service for other computers connected to it via a network. The most common example is a file server which has a local disk and services requests from remote clients to read and write files on that disk. Another common example is a web server.
- চাৰ্ভেcārbheNoun
মাটিৰ জৰিপ।
survey
- চাৰ্লি চেপলিনsar.li sep.linProper Noun
(১৬ এপ্ৰিল ১৮৮৯-২৫ ডিচেম্বৰ ১৯৭৭ ) ঘাইকৈ অবাক চলচ্চিত্ৰ যুগৰ এজন ইংৰাজ হাস্য অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ কৰ্মৰাজী সমগ্ৰ পৃথিৱীতে প্ৰখ্যাত হৈ পৰে৷ মাইম, শ্লেপষ্টিক আৰু অন্যান্য দৃশ্যগত হাস্য কৌশল ৰ বাবে জনাজাত হৈ পৰে৷
(16 April 1889 – 25 December 1977) An English comic actor, filmmaker, and composer who rose to fame in the silent era. Chaplin became a worldwide icon through his screen persona "the Tramp" and is considered one of the most important figures in the history of the film industry.
- চাৱনsa.wonAbstract Noun
চকুৰে লাভ কৰা ইন্দ্ৰিয়ানুভূতি বা চকুৰ সংবেদন ক্ষমতা
the act or power of sensing with the eyes
- চাৱনিsa.wo.niAbstract Noun
চকুৰে লাভ কৰা ইন্দ্ৰিয়ানুভূতি বা চকুৰ সংবেদন ক্ষমতা
the act or power of sensing with the eyes
- চাৱলsa.wolProper Adj.
এফাললৈ হাউলি থকা |
Having an oblique or slanted direction; something inclined to one direction.
- চানমাৰিsan.mariMaterial Noun
এটা নিচান পুতি লক্ষ্য কৰি গুলী মাৰি হাত পোন কৰা ঠাই৷
a rifle range for target practice.