← ফুৰি যাওক

চাৰ্ব্বাক

cārbbāka

অৰ্থ

1.

তৰ্কেৰে ঈশ্বৰ নাই বুলি নিশ্চয় কৰা মানুহ; জড়বাদী

a sceptic

বি.

সমাৰ্থক শব্দ

2.

নাস্তিক-মত-প্ৰবৰ্তক এজন হিন্দু ঋষি

a Hindu atheistical philosopher

বি.

সমাৰ্থক শব্দ

3.

যুধিষ্ঠিৰক অন্যায় কৰিবলৈ দুৰ্য্যোধন ৰজাই নিযুক্ত কৰা বামুণৰ ভেশ ধৰা এজন ৰাক্ষস; যেনে-"নামত চাৰ্ব্বাক ইটো দুৰ্য্যোধন-সখি" (শান্তিপৰ্ব্ব)

a rākṣasa disguised as a brāhman and appointed by Duryodhana to injure Yudhiṣṭhira

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ