কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খোলা-চপৰীয়া পিঠাkho`.la-so.po.riya pi.thaMaterial Noun
চাউলৰ শুকান পিঠাগুড়ি খোলাত দি হাতেৰে চপৰিয়াই চেপেটা কৰি তাৰ ভিতৰত গুড় আৰু বটা তিল মিহলাই দি শুকানে ভজা এবিধ পিঠা৷
a kind of Assamese cake; a turn or small pie made by turning half of a circular crust of dry flour over the other half which has been covered with sugar and fried sesamum.
- খোলা-ছেনাkholā-chenāNoun
কঁহাৰে পাত্ৰত ফুল কটা এবিধ সৰু ছেনা
a chisel for cutting metal
- খোলা-তাৰাkholā-tārāAdjective
বিৰক্তি জন্মোবা কথা কৈ মূৰৰ বিষ তোলা; ঘনে ঘনে বেজাৰৰ কথাকৈ অশান্তি বা আমনি কৰা (মানুহ)
teasing; vexing
- খোলা-মুগাkholā-mugāNoun
ভিতৰত পথিলা বা লেটা নথকা মুগাৰ খোলা; পখিলা জগি এৰি যোবা মুগাৰ বাঁহ বা খোলা
the covering of the chrysalis of the muga silk worm left by the insect on reaching the winged state
- খোলাকটিkholākaṭiNoun
ভগা মাটিৰ পাত্ৰৰ সৰু সৰু খণ্ড
small pieces of broken earthen pot
- খোলাকটিৰ তালkho`.la.ko.tir talAbstract Noun
সন্তোষজনকভাৱে কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ বা কোনো কাম কৰিবলৈ সমৰ্থ নোহোৱা
The inability to function or perform satisfactorily
- খোলাকাটিৰ তাল
নিষ্ফল প্ৰাৰ্থনা বা চেষ্টা; যেনে-"গালোঁ বালোঁ খোলাকটিৰ তাল"
fruitless solicitation or effort
- খোলাকুটিkholākuṭiNoun
ভগা মাটিৰ পাত্ৰৰ সৰু সৰু খণ্ড
small pieces of broken earthen pot
- খোলাখুলিkho`.la.khu.liProper Adj.
ভালকৈ দেখা পোৱা বা চকুত পৰা৷
clearly seen, clearly apparent, capable of being noticed
- খোলাখুলিকৈkho’.la.khu.li.koiAdverb
সকলোৱে দেখাকৈ বা জনাকৈ কৰা
done or carried out with the knowledge of everyone
- খোলাচপৰীয়া, খোলাচপৰীয়া পিঠাkholācaparīẏā, kholācaparīẏā, piṭhāNoun
বৰা চাউলৰ শুকান পিঠাগুড়ি খোলাত দি হাতেৰে চপৰিয়াই চেপেটা কৰি তাৰ ভিতৰত গুড় আৰু বটা তিল মিহলাই দি শুকানে ভজা এবিধ পিঠা
a kind of Assamese cake; a turn or small pie made by turning half of a circular crust of dry flour over the other half which has been covered with sugar and fried sesamum
- খোলোচাkholocāAdjective
পৰিষ্কাৰ (কথা); বুজিব পৰা; সঁচা
clear; true
- খোলোচাকৈkho`.lo`.sa.koiAdverb
আনৰ প্ৰভাৱ বা নিয়ন্ত্ৰণ নোহোৱাকৈ
without being influenced or controlled by others
- খোলোছাkholochāAdjective
পৰিষ্কাৰ (কথা); বুজিব পৰা; সঁচা
clear; true
- খোল্kholTransitive verb
বাঁহ বা কাঠত ফুটা বা বিন্ধা কৰ্
to make a hole in; to hollow out
- খোহkhohaNoun
খোঁক; ঠেক চুক
a small room; a corner of a house
- খোহাkhohāNoun
খোঁচা; চালৰ উৰুখনি মাৰিবলৈ সুমাই দিয়া খেৰ
thatching grass inserted in the roof of a house to stop leakage
- খোহা মাৰ্
ঘৰৰ চালত খোঁচা মাৰ্
to patch up the roof of a house
- খোহ্khohTransitive verb
গোঁজা মাৰ্; . সং
to thrust (as a small thing)
- খোৰkhoraNoun
সৰু গাঁত
a cavity or small hole