কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপ্ৰৱাসীu.pro.ba.xiCommon Noun
নিজৰ দেশৰ পৰা আন এখন দেশত গৈ বসতি স্থাপন কৰা লোক ।
one who leaves one's country to settle in another
- উপৰuparaNoun
ওপৰ।
- উপৰ-চেৰীয়াupara-cerīẏāAdjective
উপচি পৰা
overflowing
- উপৰক্তu.po.rok.toAbstract Noun
তেজৰ দৰে ৰং; সূৰ্য্যৰ কিৰণত এটা দাঁতিত থকা এক প্ৰাথমিক ৰং, যাৰ তৰঙ্গ দৈৰ্ঘ্য ৬১০ আৰু ৭৮০ নেন’মিটাৰৰ ভিতৰত।
any of various colors resembling the color of blood; the primary color at one extreme end of the visible spectrum, an effect of light with a wavelength between 610 and 780 nm.
- উপৰতিuparatiNoun
নিবৱত্তি; বৈৰাগ্য; যেনে-"নাহি ইন্দ্ৰিয়ৰ উপৰতি বিষয়ত। চোবোবাক চোবাই ফুৰে ঘোৰ সংসাৰত" (ৰত্নাবলী)
abstinence from wordly enjoyments
- উপৰন্ধuparandhaNoun
সন্নিহিত নিয়ম
provision
- উপৰা-কটিuparā-kaṭiAdjective
শৌচ কৰা মানুহৰ দৰে পোকৰ বা টিকা দাঙি বহা; কুকুৰ-বহন দিয়া।
- উপৰাজ্যপালCommon Noun
কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল
governor of an union territory.
- উপৰামuparāmaNoun
উপৰতি; নিবৱত্তি; সংসাৰৰ কামৰপৰা নিবৱত্তি।
- উপৰিupariIndeclinable
অধিক; ওপৰে; বাহিৰে; যেনে-"নগদ টকাৰ উপৰি অলঙ্কাৰ দিব লাগে; গালিৰ উপৰি কিল"
- উপৰি ভাগu.po.ri bhag
কোনো বস্তুৰ বৰ্হি ভাগ৷
The outer boundary of an artifact or a material layer constituting or resembling such a boundary
- উপৰি-পুৰুষupari-puruṣaNoun
পূৰ্ব্বপুৰুষ
ancestor
- উপৰিপুৰুষu.po.ri.pu.ruxCommon Noun
ব্যক্তি, প্ৰাণী বা উদ্ভিদ, যাৰ পৰা আন এক ব্যক্তি, প্ৰাণী বা উদ্ভিদৰ জন্ম বা সৃষ্টি হৈছে।
Person, animal or plant from which another has descended or evolved.
- উপৰিভাগMaterial Noun
কোনো বস্তুৰ বৰ্হি ভাগ ৷
The outer boundary of an artifact or a material layer constituting or resembling such a boundary
- উপৰিসৌধu.po.ri.xoudhMaterial Noun
কোনো গাঁঠনিৰ ওপৰত বনোৱা আন গাঁঠনি৷
a structure built on the top of another.
- উপৰীয়াuparīẏāAdjective
অতিৰিক্ত; ওপৰঞ্চি; লেখ-জোখৰ বাহিৰে থকা
extra; supernumerary
- উপৰুবাuparubāAdjective
অতিৰিক্ত; ওপৰঞ্চি; লেখ-জোখৰ বাহিৰে থকা
extra; supernumerary
- উপৰুৱাu.po.ru.waProper Adj.
প্ৰয়োজনতকৈ বেছি অথবা নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক ৷
More than or beyond what is usual, normal, expected, or necessary.
- উপৰুৱাকৈ চালেu.po.ru.wa.koi sa.leAdverb
Appearing as such but not necessarily so
- উপৰোক্তu.po.ro`k.toProper Adj.
বৰ্ত্তমানৰ বক্তব্য বা পৰিচ্ছেদৰ আগেয়ে উল্লেখ কৰা
mentioned/cited before the current statement or paragraph